ETV Bharat / sports

আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমটো শতক সঞ্জুৰ

author img

By

Published : Mar 29, 2019, 10:17 PM IST

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমটো শতক অৰ্জন ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সঞ্জু ছেমচনৰ ৷

আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমটো শতক সঞ্জুৰ

স্পৰ্টছ ডেস্ক, 29 মাৰ্চঃ আই পি এলৰ দ্বাদশ সংস্কৰণ প্ৰথমটো শতক অৰ্জন সঞ্জু ছেমচনৰ ৷ 54বলত শতক অৰ্জন কৰিবলৈ সক্ষম হয় যুৱ খেলুৱৈজনে৷ সঞ্জুৰ এই শতকীয় ইনিংছত থাকে 10 টা চাৰিৰ লগতে 4 টা ছয় ৷ আই পি এল ইতিহাসত সঞ্জুৰ এইটো দ্বিতীয়টো শতক ৷ ইয়াৰ পূৰ্বে 2017 চনত দিল্লী ডেয়াৰডিভিলছৰ হৈ শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল খেলুৱৈ গৰাকীয়ে ৷ সঞ্জু ছেমচনৰ শতকৰ বিনিময়ত ৰাজস্থান ৰয়েলছ দলটোৱে 20 অভাৰত 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 198 ৰান ৷ এতিয়া ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে প্ৰয়োজন 199 ৰানৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.