ETV Bharat / sports

আই পি এলত বিশ্ব ৰেকৰ্ড গঢ়াৰ পৰা ব্যৰ্থ পৃথ্বী শ্ব’ - DELHI CAPITALS

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 1 ৰানৰ বাবে শতক কৰাৰ পৰা বঞ্চিত হৈ আই পি এলত আটাইতকৈ কম বয়সত শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈৰ অভিলেখ গঢ়াত ব্যৰ্থ হয় পৃথ্বী শ্ব’ ৷

আই পি এলত বিশ্ব ৰেকৰ্ড গঢ়াৰ পৰা ব্যৰ্থ পৃথ্বী শ্ব’
author img

By

Published : Mar 31, 2019, 4:05 PM IST

স্পৰ্টছ ডেস্ক, 31 মাৰ্চঃ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত দিল্লী কেপিটেলছৰ হৈ 55 বলত 99 ৰান কৰিবলৈ সক্ষম হয় পৃথ্বীয়ে ৷ লকি ফাৰ্গোছনৰ বলত কে্টচ আউট হয় পেভিলিয়নলৈ উভতে পৃথ্বী ৷ পৃথ্বীৰ এই ইনিংছত থাকে 12 টা চাৰিৰ লগতে 3 টাকৈ ছয় ৷ অৱশ্যে 1 ৰানেৰে শতকৰ পৰা ব্যৰ্থ হোৱাৰ লগে লগে আই পি এলত আটাইতকৈ কম বয়সত শতক অৰ্জন কৰা বিশ্ব ৰেকৰ্ডৰ পৰা বঞ্চিত হয় পৃথ্বী শ্ব’ ৷ বৰ্তমান পৃথ্বীৰ বয়স হৈছে 19 বছৰ 141 দিন ৷

আই পি এলত আটাইতকৈ কম বয়সত শতক অৰ্জন কৰা অভিলেখ আছে মনিষ পাণ্ডেৰ নামত ৷ 2009 চনৰ 21 মে’ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ডেক্কান চাৰ্জাৰ্ছৰ বিৰুদ্ধে অপৰাজিত 114 ৰান কৰি এই অভিলেখৰ কৃৰ্তিত্ব লাভ কৰিছিল মনিষ পাণ্ডেই ৷ তেতিয়া মনিষৰ বয়স আছিল 19 বছৰ 253 দিন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.