ETV Bharat / sports

আই পি এলৰ প্ৰথমখন মেচত জয় লাভ চেন্নাই চুপাৰ কিংছৰ - চেন্নাই চুপাৰ কিংছ

৭ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এলৰ প্ৰথমখন মেচত জয় লাভ চেন্নাই চুপাৰ কিংছৰ
author img

By

Published : Mar 24, 2019, 12:52 AM IST

স্পৰ্টছ ডেস্ক, ২৩ মাৰ্চঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমখন মেচত জয় লাভ বৰ্তমানৰ চেম্পিয়নচেন্নাই চুপাৰ কিংছৰ । চেপ্পাক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচত ৭ উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰি জয়ৰে আই পি এল ২০১৯ ৰ অভিযান আৰম্ভ কৰে চেন্নাই চুপাৰ কিংছে ।
টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চেন্নাইয়ে । প্ৰথমে বেটিং কৰিবলৈ আহি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে কেৱল ১৭.১ অভাৰত ৭০ ৰান কৰি অল আউটৰ সন্মুখীন হয় । জয়ৰ বাবে ৭১ ৰানৰ লক্ষ্য চেন্নাই দলটোৱে ৩ টা উইকেট হেৰুৱাই ১৭.৪ অভাৰত অতিক্ৰম কৰে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চেন্নাই দলটোৰ এইটো আছিল ধাৰাবাহিক ৭ খন মেচত জয় লাভ । মেচখনত মেন অফ দ্যমেচ লাভ কৰে হৰভজন সিঙে ।

আই পি এলৰ প্ৰথমখন মেচত জয় লাভ চেন্নাই চুপাৰ কিংছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বেটিং বিশ্লেষণ : বিৰাট কোহলি ৬, পাৰ্থিৱ পাটেল ২৯, মইন আলী ৯, এবি ডিভিলিৰ্য়াছ ৯, শ্বিমৰণ হেটমেয়াৰ ০ । চেন্নাই চুপাৰ কিংছ বলিং বিশ্লেষণ : হৰভজন সিং - ৪ অভাৰ ২০ ৰান ৩ টা উইকেট, ইমৰাণ তাহিৰ- ৪ অভাৰ ৯ ৰান ৩ টা উইকেট , ৰবিন্দ্ৰ জাডেজা- ৪ অভাৰ ১৫ ৰান ২ টা উইকেট ।

চেন্নাই চুপাৰ কিংছৰ বেটিং বিশ্লেষণ : আম্বাতী ৰাইডু ২৮, সুৰেশ ৰাইনা ১৯, শ্বেন ৱাটছন ০, কেদাৰ যাদৱ অপৰাজিত ১৩ ৰান । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বলিং বিশ্লেষণ : যুজৱেন্দ্ৰ চাহাল- ৪ অভাৰ ৬ ৰান ১ টা উইকেট, মইন আলী- ৪ অভাৰ ১৯ ৰান ১ টা উইকেট, মহম্মদ ছিৰাজ - ২ অভাৰ ৫ ৰান ১ টা উইকেট ।

Intro:Body:

csk

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.