স্পৰ্টছ ডেস্ক, ১ এপ্ৰিলঃ চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত মেচত শ্ল' অভাৰ ৰেটৰ বাবে ১২ লাখ টকা জৰিমনা বিহা হয় ৰাজস্থান ৰয়েলছৰ অধিনায়ক অজ্যিংকা ৰাহানেক । আই পি এলৰ আচৰণ বিধি নীতিৰ অধীনত এই জৰিমনা বিহা হয় খেলুৱৈ গৰাকীক । দেওবাৰে চেন্নাইত অনুষ্ঠিত হৈছিল এই খন মেচ । য'ত আঠ ৰানত পৰাস্ত হৈছিল ৰাজস্থান ৰয়েলছ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত শ্ল' অভাৰ ৰেটৰ বাবে ৰোহিতকো দিয়া হৈছিল ১২ লাখ টকাৰ জৰিমনা ।
আই পি এল : ৰোহিতৰ পিচত ৰাহানেকো জৰিমনা - ৰাজস্থান ৰয়েলছ
মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাক শ্ল' অভাৰ ৰেট বাবে জৰিমনা বিহাৰ পিচত ৰাজস্থান ৰয়েলছৰ অধিনায়ক অজ্যিংকা ৰাহানেকো বিহা হয় ১২ লাখ টকাৰ জৰিমনা ।
![আই পি এল : ৰোহিতৰ পিচত ৰাহানেকো জৰিমনা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2869742-563-48a71b71-74a5-41fe-b17a-eb8b2e5af1a6.jpg?imwidth=3840)
আই পি এল : ৰোহিতৰ পিচত ৰাহানেকো জৰিমনা