ETV Bharat / sports

শেষৰ দুখন এদিনীয়াত দেখা নাযাব ধোনীক - ETV BHARAT

ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ ঘোষণা

MS Dhoni
author img

By

Published : Mar 9, 2019, 12:39 PM IST

নিউজ ডেস্ক, ৯ মাৰ্চ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনশৃংখলাৰ শেষৰ দুখন মেচত বিৰতি দিয়া হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেট কিপাৰ বেটছ্মেন এম. এছ. ধোনীক । প্ৰথম তিনিখন মেচত ৮৫ ৰাণ সংগ্ৰহ কৰা ধোনীৰ সলনি ঋষভ পন্তক দলত অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৩১ ৰাণৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে এই ঘোষণাকৰে ।

MS Dhoni rested for the last two ODIs against Australia

শেষৰ দুখন এদিনীয়াত বিৰতি ধোনীক

নিউজ ডেস্ক, ৯ মাৰ্চ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাৰ শেখৰ দুখন মেচত বিৰতি দিয়া হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেটকীপাৰ বেটছ্মেন এম. এছ. ধোনীক ।     প্ৰথম তিনিখন মেচত ৮৫ ৰাণ সংগ্ৰহ কৰা ধোনীৰ সলনি ঋষভ পন্তক দলত অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে । 

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৩১ ৰাণৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰে এই ঘোষনা কৰে ।
PHOTO.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.