ETV Bharat / sports

৭ জানুৱাৰীৰ পৰা ছিডনীত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট

author img

By

Published : Dec 30, 2020, 2:15 PM IST

৭ জানুৱাৰীৰ পৰা ছিডনীত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ'ব । টেষ্টৰ বাবে মেলবৰ্ণতেই প্ৰশিক্ষণ কৰিব । ৭২ ঘন্টাৰ পূৰ্বে ছিডনীত উপস্থিত হ'ব টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দল ।

৭ জানুৱাৰীৰ পৰা ছিডনীত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট
৭ জানুৱাৰীৰ পৰা ছিডনীত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট

স্পৰ্টছ ডেস্ক, ৩০ ডিচেম্বৰ: অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্য্যবাহী বিষয়া নিক হ'কলে বুধবাৰে জনায় যে টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মাজত ছিডনীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে নতুন বছৰৰ সন্ধিয়া দেশখনত উপস্থিত নহয় । লগতে কেইদিনমানৰ বাবে মেলবৰ্ণত থকাৰ কথা জনায় নিকে । তৃতীয়খন টেষ্টৰ বাবে মেলবৰ্ণতেই প্ৰশিক্ষণ কৰিব আৰু ছিডনীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে ৭২ ঘন্টাৰ পূৰ্বে দেশখনত উপস্থিত হ'ব । উল্লেখ্য যে দুয়োটা দলে ২৯ ডিচেম্বৰৰ দিনা ছিডনীলৈ যোৱাৰ কথা আছিল ।

ইফালে টীম ইণ্ডিয়াই মেলবৰ্ণত মংগলবাৰে চাৰিদিনীয়া শৃংখলাখন খেলি জয়লাভ কৰিবলৈ সক্ষম হয় । খেলখনত জয়ী হোৱাৰ পাচত আগন্তুক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেললৈ আগবাঢ়ে । নতুন বছৰৰ ৭ জানুৱাৰীৰ পৰা ছিডনীত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰ কিংবদন্তীয়ে ৰাহানেৰ নেতৃত্বক প্ৰশংসা কৰাত আনন্দিত হৈছো : গাভাস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.