ETV Bharat / sports

ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান

author img

By

Published : Mar 6, 2022, 1:52 PM IST

Updated : Mar 6, 2022, 2:03 PM IST

ICC Women's World Cup ৰ 50 অভাৰৰ মেচত ভাৰতৰ সাফল্য (India beat Pakistan by 107 runs) ৷ ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিঙত ধৰাশায়ী পাকিস্তান ৷ ভাৰতৰ হৈ ৰাজেশ্বৰী গায়কোৱাডে 4 টা, ঝুলন গোস্বামীয়ে 2 টা আৰু স্নেহৰাণাই দখল কৰে 2 টাকৈ উইকেট ৷

ICC Women's World Cup
পাকিস্তানক 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

স্প’ৰ্টছ ডেস্ক, 6 মাৰ্চ : ICC Women's World Cup ত পাকিস্তানক বিশাল ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় মহিলা দলে (India women beat Pakistan) ৷ ভাৰতীয় বলাৰসকলৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ ফলত পাকিস্তানে 107 ৰাণত সীমাবদ্ধ হৈ ৰয় ৷

ভাৰতে প্ৰথমে বেটিং কৰি পাকিস্তানক 245 ৰাণৰ লক্ষ্য বান্ধি দিছিল । কিন্তু পাকিস্তানৰ দলটোৱে মাত্ৰ 137 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ৷ ভাৰতৰ হৈ ৰাজেশ্বৰী গায়কোৱাডেয়ে 4 টা, অভিজ্ঞ পেচাৰ ঝুলন গোস্বামীয়ে 2 টা আৰু স্নেহৰাণাই 2 টাকৈ উইকেট দখল কৰে ৷

বিপৰীতে, ভাৰতৰ হৈ স্নেহ ৰাণাই (৫৩*) ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

লগতে পঢ়ক : বলিউডতো পৰিকল্পনা কৰা হৈছিল শ্বেণ ৱাৰ্ণৰ বায়পিকৰ

Last Updated : Mar 6, 2022, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.