ETV Bharat / sports

টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ নিউজিলেণ্ডৰ ৷

author img

By

Published : Jul 14, 2019, 2:50 PM IST

ইংলেণ্ড বনাম নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 14 জুলাই : ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ফাইনেল ৷ ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব লগা ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.