ETV Bharat / sports

আয়োজক ইংলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া

বিশ্বকাপ ক্ৰিকেটত মঙলবাৰে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া দলে ল'ৰ্ডছত এখন মেচত অৱতীৰ্ণ হ'ব ৷ পইন্ট তালিকাত অষ্ট্ৰেলিয়াই 10 পইন্টেৰে দ্বিতীয় স্থানত থকাৰ পৰিৱৰ্তে ইংলেণ্ডে 8 পইন্ট সংগ্ৰহেৰে তৃতীয় স্থানত আছে ৷

author img

By

Published : Jun 25, 2019, 4:22 PM IST

আয়োজক ইংলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া

নিউজ ডেস্ক, 25 জুন : বিশ্বকাপৰ 32 সংখ্যক মেচত মঙলবাৰে মুখামুখি হ'ব আয়োজক ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ৷ ইংলেণ্ড দলে ইয়াৰ পূৰ্বৰ মেচত শ্ৰীলংকাৰ হাতত পৰাস্ত হোৱাৰ লগতে 8 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ চতুৰ্থ স্থান দখল কৰিছে ৷ বৰ্তমানলৈকৈ বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম নোহোৱা ইংলেণ্ড দলে অষ্ট্ৰেলিয়াৰ পাছতে ভাৰত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ৷

ETV BHARAT ASSAM
আয়োজক ইংলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া

ইয়াৰ উপৰি, ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই 6 খন মেচৰ পাঁচ খনতে জয়ী হৈ 10 পইন্টেৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ৷ উল্লেখ্য যে, দলটোৱে ভাৰতৰ বিৰুদ্ধে এখন মেচত পৰাস্ত হৈছিল ৷

আয়োজক ইংলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া

তীব্ৰ প্ৰতিদ্বন্দী দুয়ো দলৰ মাজত মঙলবাৰে তুমুল যুঁজ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ ইংলেণ্ডৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগা খেলুৱৈ সকল হৈছে অধিনায়ক ইয়ন মৰ্গান, বেন ষ্টোকছ, জোফ্ৰা আৰ্চাৰ ৷ আনহাতে, নিষেধাজ্ঞাৰ পাছত বিশ্বকাপৰ জৰিয়তে অষ্ট্ৰেলিয়া দললৈ উভতি অহা ডেভিদ ৱাৰ্ণাৰৰ প্ৰদৰ্শন হ'ব লক্ষ্যণীয় ৷ ইয়াৰোপৰি, দলটোৰ হৈ অধিনায়ক এৰন ফিন্স, মিটছেল ষ্টাৰ্কেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

MATCH PREVIEW : ENGLAND VS AUSTRALIA CLASH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.