ETV Bharat / sports

ইংলেণ্ডত ম'মৰ বিৰাট কোহলি - VIRAT KOHLI

''ইংলেণ্ডত ভাৰতীয় সমৰ্থকৰ অভাৱ নাই ৷ খেলৰ সময়ত আধাতকৈ বেছি ষ্টেডিয়ামত ভাৰতীয় সমৰ্থক দেখিবলৈ পোৱা যায় ৷ ''

‘ক্ৰিকেটৰ মক্কা’ত সন্মানিত হ’ল বিৰাট কোহলি
author img

By

Published : May 30, 2019, 5:29 PM IST

স্পৰ্টছ ডেস্ক, 30 মে’: বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ আহিল সুঃখবৰ ৷ বিশ্ব ক্ৰিকেট জগতৰ মক্কা নামে খ্যাত ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত সন্মানিত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৷ বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডৰ প্ৰসিদ্ধ ম’ম সংগ্ৰাহলয় মেডম তুছাদত স্থান লাভ কৰিলে কোহলিৰ ম’মৰ মূৰ্তিয়ে ৷

ETV BHARAT
‘ক্ৰিকেটৰ মক্কা’ত সন্মানিত হ’ল বিৰাট কোহলি

অহা 15 জুলাই অৰ্থাৎ বিশ্বকাপৰ অন্ত নোহোৱা পৰ্যন্ত দৰ্শকৰ বাবে মুকলি ৰখা হ’ব বিৰাটৰ ম’মৰ মূৰ্তিটো ৷ মূৰ্তি স্থাপনৰ সময়ত স্বয়ং উপস্থিত থাকে বিৰাট কোহলি ৷ বিৰাটে এই সন্দৰ্ভত কয়, এইয়া এক আনন্দৰ বিষয়, ইংলেণ্ডত ভাৰতীয় সমৰ্থকৰ অভাৱ নাই ৷ খেলৰ সময়ত আধাতকৈ বেছি ষ্টেডিয়ামত ভাৰতীয় সমৰ্থক দেখিবলৈ পোৱা যায় ৷ যিটো খেলৰ মাজত এক মানসিক হেঁচাৰ লগতে এক গৌৰৱৰ বিষয় বুলি কয় কোহলিয়ে ৷

লগতে চাওকঃ বিশ্বকাপ জয়ৰ সোৱাদ ল'ব নোৱাৰা ক্ৰিকেটৰ ১০ কিংবদন্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.