ETV Bharat / sports

বিশ্বকাপৰ প্ৰথমটো শতক ৰাহুলৰ

বিশ্বকাপৰ প্ৰথমটো শতক অৰ্জন কৰিলে অ'পেনাৰ কে. এল. ৰাহুলে ৷

কে. এল. ৰাহুল
author img

By

Published : Jul 6, 2019, 10:48 PM IST

নিউজ ডেস্ক, 6 জুলাই : দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতৰ দুয়োগৰাকী অ'পেনাৰে ৷ ৰোহিত শৰ্মাৰ শতকৰ পাছতে কে. এল. ৰাহুলেও অৰ্জন কৰিলে শতক ৷ 9 টা চাৰি আৰু 1 টা ছয়ৰ জৰিয়তে শতক অৰ্জন কৰে খেলুৱৈ গৰাকীয়ে ৷

ETV BHARAT ASSAM

Intro:Body:

KL Rahul Century against SL in ICC WC19

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.