ETV Bharat / sports

নতুন জাৰ্ছীত টীম ইণ্ডিয়াৰ ফ'টো

author img

By

Published : Jun 29, 2019, 2:06 PM IST

Updated : Jun 29, 2019, 2:43 PM IST

কমলা ৰঙৰ নতুন জাৰ্ছী পৰিধান কৰি ফ'টো শ্বেয়াৰ কৰিলে ভাৰতীয় দলৰ ক্ৰিকেটাৰে। ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হ'ব লগা মেচত ভাৰতে নতুন জাৰ্ছী পৰিধান কৰিব ।

টীম ইণ্ডিয়াৰ নতুন জাৰ্ছী

নিউজ ডেস্ক,২৯ জুন: নতুন কমলা ৰঙৰ জাৰ্ছী পৰিধান কৰি ফ'টোৰ বাবে প'জ দিলে টীম ইণ্ডিয়াই। 'অ'ৰেঞ্জ ইজ দা নিউ ব্লু' প্ৰচাৰ অভিযানেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব কোহলী নেতৃত্বাধীন দলটো। বৰ্তমানলৈকৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় দলে এই মেচত জয়ী হ'লেই ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

ETV BHARAT ASSAM
নতুন জাৰ্ছীত য়ুজবেন্দ্ৰ ছাহাল

বিচিচিআইয়ে নতুন জাৰ্ছী প্ৰকাশ কৰাৰ পাছতে দলৰ ক্ৰিকেটাৰ সকলে চ'ছিয়েল মিডিয়াৰ জৰিয়তে জাৰ্ছী পৰিধান কৰা ফ'টো শ্বেয়াৰ কৰে।

ETV BHARAT ASSAM
নতুন জাৰ্ছীত এম এছ ধোনী

লেগ স্পীনাৰ য়ুজবেন্দ্ৰ ছাহালে টুইটাৰৰ জৰিয়তে নতুন জাৰ্ছী পৰিধান কৰি ইংলেণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বুলি মন্তব্য কৰে । মহম্মদ ছামীয়েও টুইটাৰৰ জৰিয়তে ফ'টো প্ৰকাশ কৰি আগন্তুক মেচৰ বাবে সাজু বুলি জনায়। ইয়াৰোপৰি,ভাৰতীয় ক্ৰিকেট দলৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা এম. এছ.ধোনী,ভূৱনেশ্বৰ কুমাৰ,কেদাৰ যাদৱ আৰু দীনেশ কাৰ্তিকৰ ফ'টো শ্বেয়াৰ কৰা হয়।

ETV BHARAT ASSAM
নতুন জাৰ্ছীত ভূৱনেশ্বৰ কুমাৰ

উল্লেখ্য যে,বিশ্বকাপ ক্ৰিকেট, ২০১৯ত একমাত্ৰ দল ভাৰতেই এখনো মেচত পৰাজয়ৰ সন্মুখীন হোৱা নাই। ভাৰতে জুনৰ ৩০ তাৰিখে আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ'ব।

ETV BHARAT ASSAM
নতুন জাৰ্ছীত কেদাৰ যাদৱ
ETV BHARAT ASSAM
নতুন জাৰ্ছীত মহম্মদ ছামী আৰু কে. এল. ৰাহুল
ETV BHARAT ASSAM
নতুন জাৰ্ছীত দিনেশ কাৰ্তিক

INDIAN CRICKETERS SPORT NEW JERSEY AHEAD OF ENGLAND CLASH

বিশ্বকাপত নতুন জাৰ্ছীত টীম ইণ্ডিয়া
Last Updated : Jun 29, 2019, 2:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.