ETV Bharat / sports

প্ৰতিপক্ষক কম ৰাণত সীমাবদ্ধ কৰিব ভাৰতীয় বলাৰে : মিথালী ৰাজ

ভাৰতীয় পুৰুষ ক্ৰিকেট দল সম্পৰ্কত মন্তব্য আগবঢ়াইছে মিথালী ৰাজে ৷ নিউজিলেণ্ডৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ভাৰতীয় বলাৰে কম ৰাণত প্ৰতিপক্ষক সীমাবদ্ধ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৰাজে ৷

author img

By

Published : Jul 8, 2019, 10:19 AM IST

মিথালী ৰাজ

নিউজ ডেস্ক, 8 জুলাই : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিথালী ৰাজে দেওবাৰে পুৰুষৰ ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷ ৰাজে মন্তব্য কৰা অনুসৰি, চলিত বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ পুৰুষ দলে ছেমি ফাইনেলত নিউজিলেণ্ডৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৷ মুম্বাইৰ এক অনুষ্ঠানত এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিথালীয়ে কয় যে, ভাৰতীয় দলত যিহেতু শ্ৰেষ্ঠ বেটছমেন আৰু বলাৰ আছে সেয়েহে ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰখা উচিত ৷ তাৰোপৰি, প্ৰতিপক্ষক কম ৰাণত সীমাবদ্ধ কৰিব পৰা যোগ্যতা ভাৰতীয় বলাৰৰ আছে বুলি মন্তব্য কৰে ৰাজে ৷

মিথালী ৰাজ

উল্লেখ্য যে, 36 বৰ্ষীয় মিথালী ৰাজে 203 খনকৈ এদিনীয়া ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে 6720 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি, মিথালীয়ে বহু বছৰ ধৰি ভাৰতীয় দলক অধিনায়কৰ দায়িত্ব বহন কৰি আহিছে ৷

ETV BHARAT ASSAM

Mumbai, July 08 (ANI): India One Day International (ODI) skipper Mithali Raj on Sunday said that the Indian side will get a tough fight in the semi-final match against New Zealand in the ongoing International Cricket Council (ICC) Men's World Cup. While speaking to ANI during an event in Mumbai, Mithali Raj said, "Indian side will get a tough fight in the semi-final and hopefully in finals. We have the best bowling and batting side, and we have to continue the same." "India is in a strong position but cricket is an unpredictable game and anything can happen in it. The way Bangladesh have played in the tournament is commendable. At the time, England were looking that they will not qualify for semis but they bounced back strongly," she added. Before heading into the semi-finals, India secured the top position in the points table after they registered a seven-wicket victory over Sri Lanka on Saturday. Raj has played in the 203 ODIs and scored 6720 runs for India. The 36-year-old also captained India for a long time. India will play against New Zealand in the first semi-final match at Old Trafford in Manchester on July 9.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.