- পঞ্চমটো উইকেটৰ পতন ভাৰতৰ
- 45 ৰান কৰি পেভিলিয়নমুখী হাৰ্দিক পাণ্ডিয়া
- কে.এল ৰাহুল 0, বিৰাট কোহলি 66, ৰোহিত শৰ্মা 102, ঋষভ পন্ত 32, ৰান কৰি আউট
- বিশ্বকাপত একেৰাহে পঞ্চমটো অৰ্ধশতক বিৰাটৰ
- আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত সম্পূৰ্ণ 54 সংখ্যক অৰ্ধশতক
- বিশ্বকাপৰ এইখন 38 সংখ্যক মেচ
- ক্ৰীজত বৰ্তি আছে ধোনী আৰু কেদাৰ যাদৱ
- ভাৰতে পঞ্চমটো উইকেট হেৰুৱাই 267 ৰানত
- খেলখনত ভাৰতে প্ৰথমটো উইকেট হেৰুৱাই কে.এল ৰাহুলৰ
- 8 ৰানৰ দলীয় স্কৰত ভাৰতে হেৰুৱাই প্ৰথমটো উইকেট
- প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সংগ্ৰহ 337 ৰান
- ভাৰতৰ সন্মুখত লক্ষ্য 338 ৰানৰ
- ভাৰত আৰু ইংলেণ্ডৰ মাজত এইখন 100 সংখ্যক আন্তঃৰাষ্ট্ৰীয় এদিনীয়া
ভাৰতৰ পঞ্চমটো উইকেটৰ পতন - WORLD CUP
বাৰ্মিংহামত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হৈছে ভাৰত ৷ 338 ৰান প্ৰত্যুত্তৰত ভাৰতে চাৰিটা উইকেট হেৰুৱাই বৰ্তমান লৈকে 44 অভাৰত সংগ্ৰহ কৰিছে 260 ৰান ৷
পেভিলিয়নলৈ কোহলি, ভাৰতৰ দ্বিতীয়টো উইকেটৰ পতন
- পঞ্চমটো উইকেটৰ পতন ভাৰতৰ
- 45 ৰান কৰি পেভিলিয়নমুখী হাৰ্দিক পাণ্ডিয়া
- কে.এল ৰাহুল 0, বিৰাট কোহলি 66, ৰোহিত শৰ্মা 102, ঋষভ পন্ত 32, ৰান কৰি আউট
- বিশ্বকাপত একেৰাহে পঞ্চমটো অৰ্ধশতক বিৰাটৰ
- আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত সম্পূৰ্ণ 54 সংখ্যক অৰ্ধশতক
- বিশ্বকাপৰ এইখন 38 সংখ্যক মেচ
- ক্ৰীজত বৰ্তি আছে ধোনী আৰু কেদাৰ যাদৱ
- ভাৰতে পঞ্চমটো উইকেট হেৰুৱাই 267 ৰানত
- খেলখনত ভাৰতে প্ৰথমটো উইকেট হেৰুৱাই কে.এল ৰাহুলৰ
- 8 ৰানৰ দলীয় স্কৰত ভাৰতে হেৰুৱাই প্ৰথমটো উইকেট
- প্ৰথমে বেটিং কৰি ইংলেণ্ডৰ সংগ্ৰহ 337 ৰান
- ভাৰতৰ সন্মুখত লক্ষ্য 338 ৰানৰ
- ভাৰত আৰু ইংলেণ্ডৰ মাজত এইখন 100 সংখ্যক আন্তঃৰাষ্ট্ৰীয় এদিনীয়া
Intro:Body:
Conclusion:
india batting
Conclusion:
Last Updated : Jun 30, 2019, 10:58 PM IST