নিউজ ডেস্ক, 6 জুলাই : অ'পেনাৰ ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলৰ বেটিং বিক্ৰমৰ জৰিয়তে শ্ৰীলংকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াই 7 উইকেটত সহজ জয় সাব্যস্ত কৰিছে ৷ প্ৰথমে বেটিং কৰি শ্ৰীলংকাই 7 টাকৈ উইকেট হেৰুৱাই 264 ৰাণ সংগ্ৰহ কৰে ৷ শ্ৰীলংকাৰ হৈ এঞ্জেলো মেথিউজে সৰ্বাধিক 113 ৰাণ কৰাৰ উপৰি 53 ৰাণৰ ইনিংছ খেলে লাহিৰু থিৰিমান্নেই ৷
-
Brilliant performance by #TeamIndia as they beat Sri Lanka by 7 wickets!! Semi-finals next 😎😎👏👏 #CWC19 #SLvIND pic.twitter.com/WO6SRC33EI
— BCCI (@BCCI) July 6, 2019 " class="align-text-top noRightClick twitterSection" data="
">Brilliant performance by #TeamIndia as they beat Sri Lanka by 7 wickets!! Semi-finals next 😎😎👏👏 #CWC19 #SLvIND pic.twitter.com/WO6SRC33EI
— BCCI (@BCCI) July 6, 2019Brilliant performance by #TeamIndia as they beat Sri Lanka by 7 wickets!! Semi-finals next 😎😎👏👏 #CWC19 #SLvIND pic.twitter.com/WO6SRC33EI
— BCCI (@BCCI) July 6, 2019
ইয়াৰ পাছতে ভাৰতে বেটিং কৰিবলৈ নামি দুই অ'পেনাৰৰ শতকৰ জৰিয়তে 3 টা উইকেট হেৰুৱাই এই সীমা অতিক্ৰম কৰে ৷ ভাৰতৰ হৈ বলিঙত সৰ্বাধিক তিনিটা উইকেট দখল কৰে জছপ্ৰীত বুমৰাহে ৷ উল্লেখ্য যে, এই জয়েৰে ভাৰতীয় দলে 15 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰে ৷