ETV Bharat / sports

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম শতক আৰু অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ - কেভিন অ' ব্ৰায়ান

বিশ্বকাপ ক্ৰিকেট, ২০১৯ আৰম্ভ হ'বলৈ মাজত মাথো ২ টা দিন বাকী থকাৰ সময়তে বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ দ্ৰূততম শতক আৰু অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ দুজনৰ বিষয়ে জানো আহক ।

আইচিচি
author img

By

Published : May 28, 2019, 11:39 PM IST

স্পৰ্টছ ডেস্ক, ২৮ মে': বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট টুৰ্ণামেন্ট বিশ্বকাপ ক্ৰিকেট, ২০১৯ আৰম্ভ হ'ব চলিত মাহৰ ৩০ তাৰিখৰ পৰা । আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া প্ৰথমখন মেচ যথেষ্ট ৰোমাঞ্চকৰ হোৱাৰ আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে । বিশ্বকাপত প্ৰতিজন খেলুৱৈয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবৰ বাবে সাজু হৈ পৰাৰ সময়তে বিশ্বকাপ ক্ৰিকেট ইতিহাসত দ্ৰূততম শতক আৰু অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ দুজনৰ বিষয়ে জানো আহক ।

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম শতক অৰ্জনকাৰী খেলুৱৈ : কেভিন অ' ব্ৰায়ান

২০১১ বৰ্ষৰ বিশ্বকাপত আয়াৰলেণ্ড দলৰ ক্ৰিকেটাৰ কেভিন অ' ব্ৰায়ানে ইংলেণ্ডৰ বিৰুদ্ধে ৫০ টা বলতে ১০০ ৰাণ সংগ্ৰহ কৰি বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয় । ১৩ টা চাৰি আৰু ৬ টাকৈ ছয় কোবাই ইংলেণ্ডৰ বিৰুদ্ধে নিজ দলক জয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল কেভিনে ।

ETV BHARAT ASSAM
কেভিন অ' ব্ৰায়ান

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ : ব্ৰেণ্ডন মেক্কুলাম

নিউজিলেণ্ড দলৰ বিস্ফোৰক বেটছমেন ব্ৰেণ্ডন মেক্কুলাম হৈছে বিশ্বকাপ ক্ৰিকেটৰ দ্ৰূততম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ । ২০১৫ বিশ্বকাপত খেলুৱৈ গৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১৮ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী হৈছিল । তেওঁৰ ৭ টা চাৰি আৰু ৪ টা ছয়ৰ ইনিংছটোৰ জৰিয়তে নিউজিলেণ্ড দলে ইংলেণ্ডৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ।

ETV BHARAT ASSAM
ব্ৰেণ্ডন মেক্কুলাম

FASTEST CENTURY AND FIFTY IN WC HISTORY

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক আৰু অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ

স্পৰ্টছ ডেস্ক, ২৮ মে': বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট টুৰ্ণামেন্ট বিশ্বকাপ ক্ৰিকেট, ২০১৯ আৰম্ভ হ'ব চলিত মাহৰ ৩০ তাৰিখৰ পৰা । আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া প্ৰথমখন মেচ যথেষ্ট ৰোমাঞ্চকৰ হোৱাৰ আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে । বিশ্বকাপত প্ৰতিজন খেলুৱৈয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবৰ বাবে সাজু হৈ পৰাৰ সময়তে বিশ্বকাপ ক্ৰিকেট ইতিহাসত দ্ৰুততম শতক আৰু অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ দুজনৰ বিষয়ে জানো আহক ।

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক অৰ্জনকাৰী খেলুৱৈ : কেভিন অ' ব্ৰায়ান

২০১১ বৰ্ষৰ বিশ্বকাপত আয়াৰলেণ্ড দলৰ ক্ৰিকেটাৰ কেভিন অ' ব্ৰায়ানে ইংলেণ্ডৰ বিৰুদ্ধে ৫০ টা বলতে ১০০ ৰাণ সংগ্ৰহ কৰি বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয় । ১৩ টা চাৰি আৰু ৬ টাকৈ ছয় কোবাই ইংলেণ্ডৰ বিৰুদ্ধে নিজ দলক জয়ী কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল কেভিনে ।

বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ : ব্ৰেণ্ডন মেককালাম

নিউজিলেণ্ড দলৰ বিস্ফোৰক বেটছমেন ব্ৰেণ্ডন মেককালাম হৈছে বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈ । ২০১৫ বিশ্বকাপত খেলুৱৈ গৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১৮ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ অধিকাৰী হৈছিল । তেওঁৰ ৭ টা চাৰি আৰু ৪ টা ছয়ৰ ইনিংছটোৰ জৰিয়তে নিউজিলেণ্ড দলে ইংলেণ্ডৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.