ETV Bharat / sports

বলিদান চিহ্ন থকা গ্ল'ভছ বাদ দিলে ধোনীয়ে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত বিশ্বকাপৰ মেচত ভাৰতীয় উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীক পেৰা কমাণ্ডোৰ বলিদান চিহ্নখচিত গ্ল’ভছ পৰিধান কৰা দেখা নগ'ল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত পেৰা কমাণ্ডোৰ বলিদান চিহ্নখচিত গ্ল’ভছ পৰিধান কৰি বিতৰ্কত সোমাই পৰিছিল ধোনী ৷

বলিদান চিহ্নহীন গ্ল'ভছত দেখা গ'ল ধোনীক
author img

By

Published : Jun 10, 2019, 1:34 PM IST

Updated : Jun 10, 2019, 2:08 PM IST

নিউজ ডেস্ক,10 জুন: ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ দ্বিতীয়খন মেচত পেৰা কমাণ্ডোৰ বলিদান চিহ্নখচিত গ্ল’ভছ পৰিধান কৰা দেখা নগ'ল ৷ বি চি চি আইয়ে ধোনীক এই গ্ল'ভছ পৰিধান কৰাৰ অনুমতি দিবলৈ আই চি চিক আবেদন জনাইছিল যদিও ক্ৰিকেটৰ আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে সন্মতি প্ৰদান নকৰাত সেই গ্ল'ভছ পৰিধান কৰাৰ পৰা বিৰত থাকে ধোনী ৷

ETV BHARAT ASSAM
এম. এছ. ধোনী

উল্লেখ্য যে,বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ প্ৰথমখন মেচতে খেলুৱৈ গৰাকীয়ে বলিদান চিহ্নখচিত গ্ল'ভছ পৰিধান কৰি অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছিল ৷ দেওবাৰৰ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন কৰাৰ লগতে 36 ৰাণত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

DHONI SEEN WITHOUT INSIGNIA WICKET KEEPING GLOVES

বলিদান চিহ্নহীন গ্ল'ভছত দেখা গ'ল ধোনীক

নিউজ ডেস্ক, 10 জুন : ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ দ্বিতীয় খন মেচত পেৰা কমাণ্ডোৰ বলিদান চিহ্নখচিত গ্ল’ভছ পৰিধান কৰা দেখা নগ'ল ৷ বিচিচিআইয়ে ধোনীক এই গ্ল'ভছ পৰিধান কৰাৰ অনুমতি দিবলৈ আইচিচিক আবেদন জনাইছিল যদিও ক্ৰিকেটৰ আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে সন্মতি প্ৰদান নকৰাত সেই গ্ল'ভছ পৰিধান কৰাৰ পৰা বিৰত থাকে ধোনী ৷

উল্লেখ্য যে, বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত ভাৰতৰ প্ৰথমখন মেচতে খেলুৱৈ গৰাকীয়ে বলিদান চিহ্নখচিত গ্ল'ভছ পৰিধান কৰি অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছিল ৷ দেওবাৰৰ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বেটে - বলে উজ্জীৱিত প্ৰদৰ্শন কৰাৰ লগতে 36 ৰাণত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷

SOURCE- ANI
Last Updated : Jun 10, 2019, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.