ETV Bharat / sports

ৱাৰ্ম আপত আফগানিস্তানৰ হাতত পৰাস্ত পাকিস্তান

বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ৱাৰ্ম আপ মেচত পাকিস্তানক ৩ উইকেটত পৰাজিত কৰে আফগানিস্তানে । পাকিস্তানৰ ২৬২ ৰাণৰ লক্ষ্য আফগানিস্তানে ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ।

বিশ্বকাপ ২০১৯
author img

By

Published : May 25, 2019, 3:04 PM IST

নিউজ ডেস্ক, ২৫ মে': শুকুৰবাৰে ব্ৰিষ্টল কাউন্টি গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ৱাৰ্ম আপ মেচত আফগানিস্তানৰ হাতত পৰাস্ত হ'বলগীয়া হয় পাকিস্তান । হছমতুল্লাহ ছাহিদীৰ অপৰাজিত ৭৪ ৰাণৰ জৰিয়তে আফগানিস্তানে ৩ উইকেটত জয় সাব্যস্ত কৰে । পাকিস্তানে প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেট হেৰুৱাই ২৬২ ৰাণ সংগ্ৰহ কৰাৰ পাছতে আফগানিস্তানে ৭ উইকেট হেৰুৱাইয়ে এই সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

ETV BHARAT ASSAM
হছমতুল্লাহ ছাহিদী

উল্লেখ্য যে, পাকিস্তানে পৰৱৰ্তী ৱাৰ্ম আপ মেচত ২৬ মে' তাৰিখে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু আফগানিস্তানে ২৭ মে'ত আয়োজক দেশ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ।

CWC19 WARM UP : AFGHANISTAN WON BY 3 WICKETS  

ৱাৰ্ম আপত আফগানিস্তানৰ হাতত পৰাস্ত পাকিস্তান

নিউজ ডেস্ক, ২৫ মে': শুকুৰবাৰে ব্ৰিষ্টল কাউন্টি গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ৱাৰ্ম আপ মেচত আফগানিস্তানৰ হাতত পৰাস্ত হ'বলগীয়া হয় পাকিস্তান । হছমতুল্লাহ  ছাহিদীৰ অপৰাজিত ৭৪ ৰাণৰ জৰিয়তে আফগানিস্তানে ৩ উইকেটত জয় সাব্যস্ত কৰে । পাকিস্তানে প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেট হেৰুৱাই ২৬২ ৰাণ সংগ্ৰহ কৰাৰ পাছতে আফগানিস্তানে ৭ উইকেট হেৰুৱাইয়ে এই সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয় ।  

উল্লেখ্য যে, পাকিস্তানে পৰৱৰ্তী মেচত ২৬ মে' তাৰিখে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু আফগানিস্তানে ২৭ মে'ত আয়োজক দেশ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.