ETV Bharat / sports

আয়োজক ইংলেণ্ডৰ হাতত পৰাস্ত আফগানিস্তান - জেছন ৰয়

সোমবাৰে অনুষ্ঠিত দ্বিতীয় খন ৱাৰ্ম আপত ৯ উইকেটত জয় লাভ কৰিছে আয়োজক ইংলেণ্ড দলে ।আফগানিস্তানৰ ১৬০ ৰাণৰ পৰিৱৰ্তে ইংলেণ্ডে ১ উইকেট হেৰুৱাইয়ে এই ৰাণ সংগ্ৰহ কৰে ।

আয়োজক ইংলেণ্ডৰ হাতত পৰাস্ত আফগানিস্তান
author img

By

Published : May 28, 2019, 7:03 PM IST

Updated : May 28, 2019, 7:10 PM IST

নিউজ ডেস্ক, ২৮ মে': বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয় খন ৱাৰ্ম আপত সোমবাৰে ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাস্ত হয় আফগানিস্তান দল । অ'ভেলত অনুস্থিত মেচত প্ৰথমে বেটিং কৰি আফগানিস্তান দলে আটাইকেইটা উইকেট হেৰুৱাই ১৬০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আনহাতে, শক্তিশালী ইংলেণ্ড দলে ১ টা উইকেট হেৰুৱাই ১৭.৩ অ'ভাৰতে এই ৰাণ সংগ্ৰহ কৰে ।

ETV BHARAT ASSAM
বিশ্বকাপ ক্ৰিকেট, ২০১৯
আফগানিস্তানৰ হৈ মহম্মদ নবীয়ে সৰ্বাধিক ৪৪ ৰাণ সংগ্ৰহ কৰাৰ উপৰি ইংলেণ্ড দলৰ হৈ জেছন ৰয়ে ৮৯ ৰাণ কৰি অপৰাজিত হৈ ৰয় ।

আৰু পঢ়ক : বিশ্বকাপৰ শীৰ্ষ তিনি বলাৰৰ মাজত আছে বোমৰাহ : ব্ৰেট লী

CWC 19 WARM UP : ENGLAND THRASHES AFGHANISTAN

Last Updated : May 28, 2019, 7:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.