নিউজ ডেস্ক,১৩ মাৰ্চ : প্ৰাক্তন অষ্ট্ৰেলিয়ান স্পীনাৰ শ্বেইন ৱাৰ্ণে ধোনীৰ সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি কয় যে সমালোচকে কি কৈছে তাৰ একো ধাৰণা নাই । ৱাৰ্ণে ধোনীক "মাষ্ট হেভ" খেলুৱৈ খিতাপ দি কয় যে কঠিন সময়ত ধোনীৰ দৰে অভিজ্ঞতাৰে পুষ্ট খেলুৱৈৰ বহু প্ৰয়োজন ।
আগন্তুক বিশ্বকাপত সফলতাৰ বাবে ধোনীৰ দৰে খেলুৱৈৰ অভিজ্ঞতা আৰু কোহলীৰ দৰে খেলুৱৈৰ নেতৃত্বৰ খুব প্ৰয়োজন আছে ।