ETV Bharat / sports

ভংগ হোৱাৰ দিশে তেণ্ডুলকাৰৰ ৰেকৰ্ড

বিৰাট-ৰোহিতলৈ আহিছে সুৱৰ্ণ সুযোগ

author img

By

Published : Mar 2, 2019, 4:45 PM IST

ভংগ ভংগ হোৱাৰ দিশে তেণ্ডুলকাৰৰ ৰেকৰ্ড

স্পৰ্টছ ডেস্ক, ২ মাৰ্চঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজিৰ পৰা আৰম্ভ হৈছে পাঁচ মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া । হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচ । এই এদিনীয়া শৃংখলাতেই ক্ৰিকেটৰ ভগৱান নামে পৰিচিতশচীন তেণ্ডুলকাৰৰএক অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব পাৰে 'হিটমেন' ৰোহিত শৰ্মাকে ধৰি 'ৰান মেচিন' নামে খ্যাত বিৰাট ক'হলিয়ে ।

ETV BHARAT ASSAM
বিৰাট-ৰোহিতলৈ আহিছে সুৱৰ্ণ সুযোগ

উল্লেখ্য় যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীনৰ নামত ৮ টা শতক থকাৰ বিপৰীতে ৰোহিতৰ নামত বৰ্তমান লৈকে আছে ৭ টা শতক । এতিয়া কেৱল দুটা শতক অৰ্জন কৰিবলৈ সক্ষম হ'লেই শচীনৰ অভিলেখ ভংগ কৰিবৰোহিতে । আনহাতে, অধিনায়ক বিৰাট ক'হলিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্তমান লৈকে৬ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । এতিয়া প্ৰথমে কোনে শচীনৰ এই অভিলেখ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব এইয়া হে লক্ষ্যণীয় হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.