নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰীঃ তৃতীয়বাৰৰ বাবে পুনৰ "Duff & Phelps Celebrity Brand Valuation top-20" ৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ ইয়াৰ লগতে এই তালিকাত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ পূৰ্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে ৷ বিগত বৰ্ষত এই তালিকাৰ দ্বিতীয় স্থানত আছিল দীপিকা পাডুকন ৷
আনহাতে "Celebrity brand ranking top-20" ৰ তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে বলীউডৰ জনপ্ৰিয় জুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ৷ ইয়াৰ বিপৰীতে এই তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয় আয়ুস্মান খুড়ানা আৰু টাইগাৰ শ্ৰফে ৷
চাও আহক তালিকাত অন্তৰ্ভুক্ত হোৱা তাৰকা সকলৰ নাম-
1. বিৰাট কোহলি
- Brand Rank, 2019: 1
- Brand Rank, 2018: 1
- Brand Value: USD 237.5 মিলিয়ন
2. অক্ষয় কুমাৰ
- Brand Rank, 2019: 2
- Brand Rank, 2018: 3
- Brand Value: USD 104.5 মিলিয়ন
3. দীপিকা পাডুকন
- Brand Rank, 2019: 3
- Brand Rank, 2018: 2
- Brand Value: USD 93.5 মিলিয়ন
4. ৰণবীৰ সিং
- Brand Rank, 2019: 4
- Brand Rank, 2018: 4
- Brand Value: USD 93.5 মিলিয়ন
5. শ্বাহৰুখ খান
- Brand Rank, 2019: 5
- Brand Rank, 2018: 5
- Brand Value: USD 66.1 মিলিয়ন
6. ছলমান খান
- Brand Rank, 2019: 6
- Brand Rank, 2018: 6
- Brand Value: USD 55.7 মিলিয়ন
7. আলিয়া ভাট্ট
- Brand Rank, 2019: 7
- Brand Rank, 2018: 8
- Brand Value: USD 45.8 মিলিয়ন
8. অমিতাভ বচ্চন
- Brand Rank, 2019: 8
- Brand Rank, 2018: 7
- Brand Value: USD 42.5 মিলিয়ন
9. মহেন্দ্ৰ সিং ধোনি
- Brand Rank, 2019: 9
- Brand Rank, 2018: 12
- Brand Value: USD 42.5 মিলিয়ন
10. আয়ুস্মান খুড়ানা
- Brand Rank, 2019: 10
- Brand Rank, 2018: নতুন
- Brand Value: USD 40.3 মিলিয়ন
11. হৃতিক ৰোশন
- Brand Rank, 2019: 11
- Brand Rank, 2018: 10
- Brand Value: USD 38.9 মিলিয়ন
12. বৰুণ ধাৱন
- Brand Rank, 2019: 12
- Brand Rank, 2018: 9
- Brand Value: USD 35.2 মিলিয়ন
13. প্ৰিয়ংকা চোপ্ৰা
- Brand Rank, 2019: 13
- Brand Rank, 2018: 19
- Brand Value: USD 32.2 মিলিয়ন
14. ৰণবীৰ কাপুৰ
- Brand Rank, 2019: 14
- Brand Rank, 2018: 16
- Brand Value: USD 27.0 মিলিয়ন
15. শচীন তেণ্ডুলকাৰ
- Brand Rank, 2019: 15
- Brand Rank, 2018: 14
- Brand Value: USD 25.1 মিলিয়ন
16. আমিৰ খান
- Brand Rank, 2019: 16
- Brand Rank, 2018: 11
- Brand Value: USD 24.9 মিলিয়ন
17. টাইগাৰ শ্ৰফ
- Brand Rank, 2019: 17
- Brand Rank, 2018: নতুন
- Brand Value: USD 24.2 মিলিয়ন
18. অনুষ্কা শৰ্মা
- Brand Rank, 2019: 18
- Brand Rank, 2018: 13
- Brand Value: USD 23.9 মিলিয়ন
19. কৰীণা কাপুৰ
- Brand Rank, 2019: 19
- Brand Rank, 2018: 17
- Brand Value: USD 23.7 মিলিয়ন
20. ৰোহিত শৰ্মা
- Brand Rank, 2019: 20
- Brand Rank, 2018: নতুন
- Brand Value: USD 23.0 মিলিয়ন