ETV Bharat / sports

দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনা ঋষভ পন্তক

author img

By

Published : Aug 12, 2019, 8:27 PM IST

দুৰ্বল প্ৰদৰ্শনৰ বাবে টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হয় ঋষভ পন্ত ৷

ঋষভ পন্ত

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ভাৰতীয় বেটছমেন ঋষভ পন্তে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱাৰ পাছতে টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হয় ৷ দ্বিতীয় খন এদিনীয়াত 21 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে 20 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ 4 নম্বৰত বেটিঙৰ বাবে নমা খেলুৱৈ গৰাকীয়ে 23 সংখ্যক অ'ভাৰত কাৰ্লোছ ব্ৰেথৱেইটৰ হাতত উইকেট হেৰুৱায় ৷

ETV BHARAT ASSAM
দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনা ঋষভ পন্তক

উল্লেখ্য যে, তিনিখনীয়া টি-20 শৃংখলাত তৃতীয় খন মেচত 65 ৰাণৰ ইনিংছ উপহাৰ দিছিল পন্তে ৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে খেলুৱৈ গৰাকীৰ পৰিৱৰ্তে মেনেজমেন্টক দোষাৰোপ কৰাও পৰিলক্ষিত হয় ৷

আন এজনে সুবিধাৰ সুপ্ৰয়োগ কৰা শ্ৰেয়াস আয়াৰক প্ৰশংসা কৰি তেওঁৰ পৰা কিছু শিকিবলৈ আহ্বান জনাই পন্তক ৷

এজনে পন্তক অ'পেনাৰ পঠিয়াব লাগে বুলি মন্তব্য কৰে ৷

আন এজনে পন্তৰ পৰিৱৰ্তে শ্ৰেয়াসক চাৰি নম্বৰ স্থানত বেটিং কৰাৰ সুযোগ দিবলৈ কয় আৰু পন্তক বেটিং ক্ৰমৰ পিছলৈ পঠিয়াবলৈ কয় ৷

উল্লেখ্য যে,সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেট, 2019ত ঋষভ পন্তে 4 খনকৈ মেচত অংশগ্ৰহণ কৰি 116 ৰাণ সংগ্ৰহ কৰিছিল ৷

TWITTERATTI SLAM PANT FOR POOR PERFORMANCE

দুৰ্বল প্ৰদৰ্শনৰ বাবে সমালোচনা ঋষভ পন্তক

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ভাৰতীয় বেটছমেন ঋষভ পন্তে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱাৰ পাছতে টুইটাৰৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হয় ৷ দ্বিতীয় খন এদিনীয়াত 21 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে 20 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ 4 নম্বৰত বেটিঙৰ বাবে নমা খেলুৱৈ গৰাকীয়ে 23 সংখ্যক অ'ভাৰত কাৰ্লোছ ব্ৰেথৱেইটৰ হাতত উইকেট হেৰুৱায় ৷

উল্লেখ্য যে, তিনিখনীয়া টি - 20 শৃংখলাত তৃতীয় খন মেচত 65 ৰাণৰ ইনিংছ উপহাৰ দিছিল পন্তে ৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে খেলুৱৈ গৰাকীৰ পৰিৱৰ্তে মেনেজমেন্টক দোষাৰোপ কৰাও পৰিলক্ষিত হয় ৷

আন এজনে সুবিধাৰ সুপ্ৰয়োগ কৰা শ্ৰেয়াস আয়াৰক প্ৰশংসা কৰি তেওঁৰ পৰা কিছু শিকিবলৈ আহ্বান জনাই পন্তক ৷

এজনে পন্তক অ'পেনাৰ পঠিয়াব লাগে বুলি মন্তব্য কৰে ৷

আন এজনে পন্তৰ পৰিৱৰ্তে শ্ৰেয়াসক চাৰি নম্বৰ স্থানত বেটিং কৰাৰ সুযোগ দিবলৈ কয় আৰু পন্তক বেটিংক্ৰমৰ পিছলৈ পঠিয়াবলৈ কয় ৷

উল্লেখ্য যে, সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেট, 2019 ত ঋষভ পন্তে 4 খনকৈ মেচত অংশগ্ৰহণ কৰি 116 ৰাণ সংগ্ৰহ কৰিছিল ৷  

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.