ETV Bharat / sports

মোৰ দৰে ধোনীৰ সৈতে নহওকঃ ছেহৱাগ

ধোনীৰ সন্ন্যাস সন্দৰ্ভত বিৰেন্দ্ৰ ছেহৱাগৰ প্ৰতিক্ৰিয়া ৷ ধোনীয়ে কেতিয়া সন্ন্যাস ল’ব সেইয়া তেওঁৰ নিজৰ কথা ৷ দল নিৰ্বাচক মণ্ডলীয়ে দলৰ ৰণনীতি কি সেইয়া ধোনীৰ আগত স্পষ্ট কৰাৰ দৰকাৰ ৷

author img

By

Published : Jul 19, 2019, 9:13 AM IST

মোৰ দৰে ধোনীৰ সৈতে নহওকঃ ছেহৱাগ

স্পৰ্টছ ডেস্ক, 19 জুলাইঃ অন্ত পৰিল বিশ্বকাপৰ ৷ ছেমিফাইনেলত ৰুদ্ধ হ’ল ভাৰতৰ যাত্ৰা ৷ ইয়াৰ পাচতেই চৰ্চা চলিছিল ধোনীৰ সন্ন্যাসক লৈ ৷ আনকি ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ কাৰণেও ভাৰতীয় দলত ধোনীক স্থান নিদিয়াৰ কথা বাহিৰলৈ আহিছে ৷ ইয়াৰ পাচতেই ছেহৱাগৰ সমৰ্থন ধোনীক ৷

ETV
মোৰ দৰে ধোনীৰ সৈতে নহওকঃ ছেহৱাগ

ধোনীয়ে কেতিয়া সন্ন্যাস গ্ৰহণ কৰিব সেইয়া ধোনীৰ ওপৰত এৰি দিব লাগে ৷ দল নিৰ্বাচক মণ্ডলীয়ে ধোনীৰ সৈতে কথা পাতি স্পষ্ট কৰাৰ দৰকাৰ যে আগন্তুক শৃংখলাত তেওঁক স্থান দিব নে নাই ৷ ছেহৱাগে লগতে দুখ প্ৰকাশ কৰি কয়, মোৰ সৈতে যদি দল নিৰ্বাচক মণ্ডলীয়ে নিজৰ ৰণনীতি প্ৰকাশ কৰিলে হয় অথবা মোৰ সন্ন্যাসক লৈ শুধিলে মোৰ অৱসৰৰ কথা মই প্ৰকাশ কৰিব পাৰিলো হেতেন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.