ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ : 2020 ৰ বাবে থাইলেণ্ডৰ যোগ্যতা অৰ্জন - ছেমি ফাইনেল

মহিলা টি-20 বিশ্বকাপ কোৱালিফায়াৰ্ছৰ ছেমি ফাইনেলত পাপুৱা নিউ গিনিয়াক পৰাস্ত কৰি টি-20 মহিলা বিশ্বকাপ :2020 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে থাইলেণ্ডে ৷ ইয়াৰোপৰি, বাংলাদেশেও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে টি-20 বিশ্বকাপত ৷

মহিলা টি-20 বিশ্বকাপ, 2020 ৰ বাবে থাইলেণ্ডৰ যোগ্যতা অৰ্জন
author img

By

Published : Sep 6, 2019, 9:32 PM IST

স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰ : মহিলা টি-20 বিশ্বকাপ কোৱালিফায়াৰ্ছৰ ছেমি ফাইনেলত পাপুৱা নিউ গিনিয়াক পৰাস্ত কৰি টি-20 মহিলা বিশ্বকাপ, 2020 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে থাইলেণ্ডে ৷ ইয়াৰোপৰি, বাংলাদেশেও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে টি-20 বিশ্বকাপত ৷ এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত বাংলাদেশে আয়াৰলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰে ৷

উল্লেখ্য যে, 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মহিলা বিশ্বকাপ টি-20 আৰম্ভ হ'ব আৰু উদ্বোধনী মেচ অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.