- আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক
- বিচিচিআইয়ে মুম্বাইত সন্ধিয়া 7 বজাত সংবাদমেল যোগে ঘোষণা কৰিব নতুন প্ৰশিক্ষকৰ নাম
- কপিল দেৱৰ তত্বাৱধানত নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক
- মুখ্য প্ৰশিক্ষকৰ ভূমিকাৰ বাবে বাছনি ছয়গৰাকী প্ৰাৰ্থীক
- প্ৰতিদ্বন্দিতাত আছে মাইক হেছন, টম মোডী, ৰবিন সিং, লালচান্দ ৰাজপুত, ফিল ছিমনছ আৰু বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷ বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী
আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক - প্ৰশিক্ষক ৰবি শাস্ত্ৰী
আজি বাছনি কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৷ কপিল দেৱৰ নেতৃত্বত তিনিজনীয়া দলে বাছনি কৰিব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকক ৷ কিন্তু বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীক মূল প্ৰতিদ্বন্দী হিচাপে গণ্য কৰা হৈছে ৷

আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক

IMAGE