ETV Bharat / sports

সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন - বিচিচিআই

আঁঠুৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হ'ল ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাৰ ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷

সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন
author img

By

Published : Aug 10, 2019, 1:06 PM IST

স্পৰ্টছ ডেস্ক,10 আগষ্ট : শুকুৰবাৰে ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰৰ পাছত ক্ৰিকেটাৰ গৰাকীক আৰোগ্য হ'বলৈ চাৰিৰ পৰা ছয় সপ্তাহলৈ সময়ৰ প্ৰয়োজন হ'ব ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

  • Mr Suresh Raina underwent a knee surgery where he had been facing discomfort for the last few months. The surgery has been successful and it will require him 4-6 week of rehab for recovery.

    We wish him a speedy recovery 🙏 pic.twitter.com/osOHnFLqpB

    — BCCI (@BCCI) August 9, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে,কেইমাহমানৰ পৰা ৰাইনাই আঘাতৰ সমস্যাৰে যুঁজি আছিল সেয়েহে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ লগতে অতি সোনকালে আৰোগ্য হোৱাৰ কামনা কৰে বিচিচিআইয়ে ৷

ETV BHARAT ASSAM
সুৰেশ ৰাইনা

উল্লেখ্য যে,সুৰেশ ৰাইনাই ভাৰতৰ হৈ 18 খনকৈ টেষ্ট মেচত অৱতীৰ্ণ হৈ 768 ৰাণ সংগ্ৰহ কৰাৰ লগতে 226 খন এদিনীয়াত 5,615 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি,78 খনকৈ টি-20ত অংশগ্ৰহণ কৰা ৰাইনাই সৰ্বমুঠ 1,605 ৰাণ সংগ্ৰহ কৰিছে ৷

SURESH RAINA UNDERGOES KNEE SURGERY

সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : শুকুৰবাৰে ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰৰ পাছত ক্ৰিকেটাৰ গৰাকীক আৰোগ্য হ'বলৈ চাৰিৰ পৰা ছয় সপ্তাহলৈ সময়ৰ প্ৰয়োজন হ'ব ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে, কেইমাহমানৰ পৰা ৰাইনাই আঘাতৰ সমস্যাৰে যুঁজি আছিল সেয়েহে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ লগতে অতি সোনকালে আৰোগ্য হোৱাৰ কামনা কৰে বিচিচিআইয়ে ৷

উল্লেখ্য যে, সুৰেশ ৰাইনাই ভাৰতৰ হৈ 18 খনকৈ টেষ্ট মেচত অৱতীৰ্ণ হৈ 768 ৰাণ সংগ্ৰহ কৰাৰ লগতে 226 খন এদিনীয়াত 5,615 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি, 78 খনকৈ টি - 20 ত অংশগ্ৰহণ কৰা ৰাইনাই সৰ্বমুঠ 1,605 ৰাণ সংগ্ৰহ কৰিছে ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.