", "primaryImageOfPage": { "@id": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4886004-495-4886004-1572196920741.jpg" }, "inLanguage": "as", "publisher": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "contentUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4886004-495-4886004-1572196920741.jpg" } } }
", "articleSection": "sports", "articleBody": "দীপাৱলীৰ উপলক্ষে ভাৰতৰ ক্ৰীড়াজগতৰ লগতে বহু বিদেশী খেলুৱৈৰ শুভেচ্ছা ৷ এই তালিকাত আছে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, ছাইনা নেহৱাল, বিৰেন্দ্ৰ ছেহৱাগৰ, ডেভিদ ৱাৰ্ণাৰ, ক্ৰীছ গেইল, ষ্টিভ স্মিথ ৷স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ সমগ্ৰ ভাৰতে পালন কৰা হৈছে দীপাৱলী ৷ ভাৰতীয় ক্ৰীড়াজগতৰ খেলুৱৈৰ লগতে বিদেশী খেলুৱৈৰ পৰাও আহিল দেৱালীৰ শুভেচ্ছা ৷ নিজৰ নিজৰ ছ’চিয়েল মিডিয়াত শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈ সকলে ৷ এই তালিকাত আছে শচীন তেণ্ডুলকাৰ, বিৰেন্দ্ৰ ছেহৱাগ, অনিল কুম্বলে, চেতেশ্বৰ পূজাৰা, শিখৰ ধাৱন, ভি.ভি এছ লক্ষ্মণ, কিদাম্বী শ্ৰীকান্ত, বজৰং পুনীয়া, চাইনা নেহৱাল, ছানিয়া মিৰ্জাৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৷ শচীন তেণ্ডুলকাৰে এক ভিডিঅ’ শ্বেয়াৰ কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ सर्वांना दिवाळीच्या हार्दिक शुभेच्छा.A very happy diwali to everyone. pic.twitter.com/CwHdCjj3R6— Sachin Tendulkar (@sachin_rt) October 27, 2019 প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি প’ষ্ট কৰে আপোনালোকৰ পথ সদায় আকৰ্ষণীয় আৰু ৰোমাঞ্চক হৈ থাকক, সকলোৰে জীৱন সুখময়, প্ৰেম আৰু উজ্জ্বলেৰে ভৰি পৰক ৷ সকলোৱে উলহ মালহেৰে পালন কৰক দেৱালী ৷ May your path be always lit 🔥 and may there be happiness , love and light in your lives. May you celebrate dhoom dhaam se #HappyDeepavali pic.twitter.com/ObZPCZw48z— Virender Sehwag (@virendersehwag) October 27, 2019 ভাৰতৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও সকলোকে দেৱালীৰ শুভকামনা জ্ঞাপন কৰে ৷ৰবি শাস্ত্ৰীৰ শুভেচ্ছাভাৰতীয় খেলুৱৈৰ লগতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ, প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথ, ক্ৰীছ গেইল আৰু শ্বেলডন কটট্ৰেইলো ভাৰতবাসীক দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ৱাৰ্ণাৰ, স্মিথ, গেইলৰ টুইটভাৰতীয় ক্ৰিকেটাৰৰ লগতে বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালও সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ছাইনা নেহৱালৰ শুভেচ্ছাঅনিল কুম্বলেৰ টুইট-অনিল কুম্বলেৰ টুইটচেতেশ্বৰ পূজাৰৰ টুইট-চেতেশ্বৰ পূজাৰৰ টুইটআশ্বিনৰ টুইট-আশ্বিনৰ টুইটভি.ভি.এছ লক্ষ্মণৰ টুইট-লক্ষ্মণৰ টুইটছানিয়া মিৰ্জাৰ টুইট-ছানিয়া মিৰ্জাৰ টুইটশিখৰ ধাৱনৰ টুইট-শিখৰ ধাৱনৰ টুইটবজৰং পুনীয়াৰ টুইট- आपको और आपके पूरे परिवार को दीपावली की हार्दिक बधाई और ढेरों शुभकामनाएं !!माता रानी की कृपा आप पर बनी रहे.. 🙏 pic.twitter.com/vUDhVEGdN0— Bajrang Punia 🇮🇳 (@BajrangPunia) October 27, 2019 কিদাম্বী শ্ৰীকান্তৰ টুইট- Happy Diwali to all! ✨#HappyDiwali pic.twitter.com/2Bcv0ayzaR— Kidambi Srikanth (@srikidambi) October 27, 2019 লক্ষ্যণীয় যে, মেচেষ্টাৰ চিটি ফুটবল ক্লাৱেও দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ মেচেষ্টাৰ চিটি ফুটবল ক্লাৱৰ টুইট", "url": "https://www.etvbharat.comassamese/assam/sports/cricket/cricket-top-news/sports-world-wishes-diwali/assam20191027224030624", "inLanguage": "as", "datePublished": "2019-10-27T22:40:34+05:30", "dateModified": "2019-10-27T22:53:44+05:30", "dateCreated": "2019-10-27T22:40:34+05:30", "thumbnailUrl": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4886004-495-4886004-1572196920741.jpg", "mainEntityOfPage": { "@type": "WebPage", "@id": "https://www.etvbharat.comassamese/assam/sports/cricket/cricket-top-news/sports-world-wishes-diwali/assam20191027224030624", "name": "খেল জগতৰ খেলুৱৈৰ দেৱালীৰ শুভেচ্ছা, বিদেশৰ পৰাও আহিল শুভেচ্ছা", "image": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4886004-495-4886004-1572196920741.jpg" }, "image": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4886004-495-4886004-1572196920741.jpg", "width": 1200, "height": 900 }, "author": { "@type": "Organization", "name": "ETV Bharat", "url": "https://www.etvbharat.com/author/undefined" }, "publisher": { "@type": "Organization", "name": "ETV Bharat Assam", "url": "https://www.etvbharat.com", "logo": { "@type": "ImageObject", "url": "https://etvbharatimages.akamaized.net/etvbharat/static/assets/images/etvlogo/assamese.png", "width": 82, "height": 60 } } }

ETV Bharat / sports

খেল জগতৰ খেলুৱৈৰ দেৱালীৰ শুভেচ্ছা, বিদেশৰ পৰাও আহিল শুভেচ্ছা

author img

By

Published : Oct 27, 2019, 10:40 PM IST

Updated : Oct 27, 2019, 10:53 PM IST

দীপাৱলীৰ উপলক্ষে ভাৰতৰ ক্ৰীড়াজগতৰ লগতে বহু বিদেশী খেলুৱৈৰ শুভেচ্ছা ৷ এই তালিকাত আছে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, ছাইনা নেহৱাল, বিৰেন্দ্ৰ ছেহৱাগৰ, ডেভিদ ৱাৰ্ণাৰ, ক্ৰীছ গেইল, ষ্টিভ স্মিথ ৷

খেল জগতৰ খেলুৱৈৰ দেৱালীৰ শুভেচ্ছা, বিদেশৰ পৰাও আহিল শুভেচ্ছা

স্পৰ্টছ ডেস্ক, 27 অক্টোবৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ সমগ্ৰ ভাৰতে পালন কৰা হৈছে দীপাৱলী ৷ ভাৰতীয় ক্ৰীড়াজগতৰ খেলুৱৈৰ লগতে বিদেশী খেলুৱৈৰ পৰাও আহিল দেৱালীৰ শুভেচ্ছা ৷ নিজৰ নিজৰ ছ’চিয়েল মিডিয়াত শুভেচ্ছা জ্ঞাপন কৰে খেলুৱৈ সকলে ৷ এই তালিকাত আছে শচীন তেণ্ডুলকাৰ, বিৰেন্দ্ৰ ছেহৱাগ, অনিল কুম্বলে, চেতেশ্বৰ পূজাৰা, শিখৰ ধাৱন, ভি.ভি এছ লক্ষ্মণ, কিদাম্বী শ্ৰীকান্ত, বজৰং পুনীয়া, চাইনা নেহৱাল, ছানিয়া মিৰ্জাৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৷

শচীন তেণ্ডুলকাৰে এক ভিডিঅ’ শ্বেয়াৰ কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

  • सर्वांना दिवाळीच्या हार्दिक शुभेच्छा.

    A very happy diwali to everyone. pic.twitter.com/CwHdCjj3R6

    — Sachin Tendulkar (@sachin_rt) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি প’ষ্ট কৰে আপোনালোকৰ পথ সদায় আকৰ্ষণীয় আৰু ৰোমাঞ্চক হৈ থাকক, সকলোৰে জীৱন সুখময়, প্ৰেম আৰু উজ্জ্বলেৰে ভৰি পৰক ৷ সকলোৱে উলহ মালহেৰে পালন কৰক দেৱালী ৷

ভাৰতৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও সকলোকে দেৱালীৰ শুভকামনা জ্ঞাপন কৰে ৷

ৰবি শাস্ত্ৰীৰ শুভেচ্ছা
ৰবি শাস্ত্ৰীৰ শুভেচ্ছা

ভাৰতীয় খেলুৱৈৰ লগতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ, প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথ, ক্ৰীছ গেইল আৰু শ্বেলডন কটট্ৰেইলো ভাৰতবাসীক দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ৱাৰ্ণাৰ, স্মিথ, গেইলৰ টুইট
ৱাৰ্ণাৰ, স্মিথ, গেইলৰ টুইট

ভাৰতীয় ক্ৰিকেটাৰৰ লগতে বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালও সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ছাইনা নেহৱালৰ শুভেচ্ছা
ছাইনা নেহৱালৰ শুভেচ্ছা

অনিল কুম্বলেৰ টুইট-

অনিল কুম্বলেৰ টুইট
অনিল কুম্বলেৰ টুইট

চেতেশ্বৰ পূজাৰৰ টুইট-

চেতেশ্বৰ পূজাৰৰ টুইট
চেতেশ্বৰ পূজাৰৰ টুইট

আশ্বিনৰ টুইট-

আশ্বিনৰ টুইট
আশ্বিনৰ টুইট

ভি.ভি.এছ লক্ষ্মণৰ টুইট-

লক্ষ্মণৰ টুইট
লক্ষ্মণৰ টুইট

ছানিয়া মিৰ্জাৰ টুইট-

ছানিয়া মিৰ্জাৰ টুইট
ছানিয়া মিৰ্জাৰ টুইট

শিখৰ ধাৱনৰ টুইট-

শিখৰ ধাৱনৰ টুইট
শিখৰ ধাৱনৰ টুইট

বজৰং পুনীয়াৰ টুইট-

  • आपको और आपके पूरे परिवार को दीपावली की हार्दिक बधाई और ढेरों शुभकामनाएं !!
    माता रानी की कृपा आप पर बनी रहे.. 🙏 pic.twitter.com/vUDhVEGdN0

    — Bajrang Punia 🇮🇳 (@BajrangPunia) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

কিদাম্বী শ্ৰীকান্তৰ টুইট-

লক্ষ্যণীয় যে, মেচেষ্টাৰ চিটি ফুটবল ক্লাৱেও দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

মেচেষ্টাৰ চিটি ফুটবল ক্লাৱৰ টুইট

Last Updated : Oct 27, 2019, 10:53 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.