ETV Bharat / sports

বাংলাদেশ শৃংখলাত অধিনায়কৰ দায়িত্বত ৰাছিদ খান

author img

By

Published : Aug 21, 2019, 7:32 AM IST

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলা আৰু ত্ৰি-দেশীয় টি-20 শৃংখলাৰ বাবে অধিনায়কৰ দায়িত্বত ৰাছিদ খানৰ ৷

বাংলাদেশ শৃংখলাত অধিনায়কৰ দায়িত্বত ৰাছিদ খান

স্পৰ্টছ ডেস্ক, 21 আগষ্টঃ স্পিনাৰ ৰাছিদ খানক দিয়া হৈছে আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব ৷ বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া একমাত্ৰ টেষ্ট আৰু ত্ৰি-দেশীয় টি-20 শৃংখলাৰ বাবে অধিনায়কৰ দায়িত্ব দিয়া হৈছে খেলুৱৈগৰাকীক ৷ 5 ছেপ্তেম্বৰৰ পৰা টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ বিপৰীতে 13 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব ত্ৰি-দেশীয় টি-20 শৃংখলা ৷

ইতিমধ্যে আফগানিস্তান ক্ৰিকেট বৰ্ডে টেষ্ট শৃংখলাৰ বাবে 15 জনীয়া আৰু বাংলাদেশ আৰু জিম্বাৱৱেৰ বিৰুদ্ধে হ'বলগীয়া টি-20 শৃংখলাৰ বাবে 17 জনীয়া সদস্যৰ নাম ঘোষণা কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.