ETV Bharat / sports

ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড় - শনিবাৰৰ পৰা মুখামুখি হৈছে অসম আৰু ছত্তিছগড়

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হৈছে ঘৰুৱা দল অসম আৰু ছত্তিছগড় ৷ প্ৰথম দিনৰ খেলৰ অন্তত 7 উইকেটত 276 ৰান সংগ্ৰহ ছত্তিছগড়ৰ ৷

ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়
ৰঞ্জী ট্ৰফীঃ বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়
author img

By

Published : Jan 12, 2020, 1:24 AM IST

স্পৰ্টছ ডেস্ক,12 জানুৱাৰীঃ ৰঞ্জী ট্ৰফী ৰ ৰাউণ্ড 5 ৰ গ্ৰুপ চি মেচত শনিবাৰৰ পৰা মুখামুখি হৈছে অসম আৰু ছত্তিছগড় ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জয় লাভ কৰি প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ঘৰুৱা দল অসমে ৷ ইপিনে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ছত্তিছগড় দলটোৰ হৈ ইনিংছৰ আৰম্ভণি কৰিবলৈ আহে আভনিছ ধালিৱাল আৰু শশাংক চাণ্ডেকাৰে

7 উইকেটত 276 ৰান সংগ্ৰহ ছত্তিছগড়ৰ
7 উইকেটত 276 ৰান সংগ্ৰহ ছত্তিছগড়ৰ

অৱশ্য়ে দলটোৰ হৈ সুন্দৰ আৰম্ভণি কৰাত ব্যৰ্থ হৈ দুই খেলুৱৈ ৷ দলীয় 25 ৰান স্কৰতেই অসমে লাভ কৰিবৈল সক্ষম হয় প্ৰথমটো সফলতা ৷ কেৱল পাঁচ ৰানৰ বৰঙণি দি পেভিলিয়নলৈ উভতে শশাংক চাণ্ডেকাৰ ৷ অৰূপ দাসে এলবি ডাব্লিউ আউট কৰে শশাংকক ৷ ইয়াৰ পাচতে অসমে দ্বিতীয়টো আৰু তৃতীয়টো সফলতাও ছত্তিছগড়ৰ দলীয় 50 ৰানৰ ভিতৰতেই লাভ কৰিবলৈ সক্ষম হয় ৷ 24 ৰান কৰি আভনিছ ধালিৱাল আৰু 1 ৰান কৰি আশুতোষ সিং আউট হয় ৷ আভনিছ ধালিৱালক ৰঞ্জিত মালিয়ে আউট কৰাৰ বিপৰীতে অৰূপ দাসৰ বলত আউট হয় আশুতোষ ৷

ৰিয়ান পৰাগৰ বলিং
ৰিয়ান পৰাগৰ বলিং

ইয়াৰ পাচত ছত্তিছগড় দলটোক স্থিৰতা প্ৰদান কৰে হাৰপ্ৰীত সিং আৰু অমনদ্বীপ খাড়েয়ে ৷ দলটোৱে নিজৰ চতুৰ্থটো উইকেট হৰপ্ৰীত সিং ৰূপে হেৰুৱাই 126 ৰানত ৷ অৰূপ দাসৰ বলত অৰ্ধশতক অৰ্জন কৰি আউট হয় অধিনায়ক হৰপ্ৰীত সিং ৷ ইপিনে শতক অৰ্জন কৰিবলৈ সক্ষম হয় অমনদ্বীপে ৷ অৱশ্যে শতক অৰ্জনৰ কিছু সময়ৰ পাচতেই 105 ৰান কৰি ৰিয়ান পৰাগৰ চিকাৰ হয় অমনদ্বীপ ৷

শতক অৰ্জন অমনদ্বীপে খাড়েৰ
শতক অৰ্জন অমনদ্বীপ খাড়েৰ

দলটোৱে নিজৰ পঞ্চমটো উইকেট হেৰুৱাই 238 ৰানত ৷ ইয়াৰ পাচত দলটোৱে অতি সোনকালে আৰু দুটাকৈ উইকেট হেৰুৱাই প্ৰথম দিনটোৰ অন্তত 7 উইকেটৰ বিনিময়ত 276 ৰান কৰিবলৈ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়
বৰ্ষাপাৰাত অসম বনাম ছত্তিছগড়

বৰ্তমান ক্ৰীজত অপৰাজিত হৈ আছে শশাংক সিং (60) আৰু সুমিত ৰুইকাৰ (4) ৷ খেলখনত অসমৰ হৈ অৰুপ দাসে 25 অভাৰত 68 ৰান দি 3 টা, ৰিয়ান পৰাগে 12 অভাৰত 44 ৰান দি 3 টা আৰু ৰঞ্জিত মালিয়ে 23 অভাৰত 65 ৰান দি 1 টাকৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Intro:Body:

AMANDEEP, SHASHANK SINGH GIVES CHHATISGARH CONTROL

Amandeep Khare gave Chhatisgarh a steady start on the first day of their Ranji Trophy Elite Group C match against Assam which started at the Assam Cricket Association Stadium, Barsapara, Guwahati on Saturday. Winning the toss, Assam elected to field first at a wicket favorable for batsmen. Avnish Singh Dhaliwal and Shashank Chandrakar opened the innings for Chhatisgarh.

Chhatisgarh lost their first wicket at the eleventh over when seamer Arup Das trapped Shashank leg before with 29 runs on the board. Shashank scored a paltry 5 runs off 32 deliveries. Opener Avnish soon walked back to the pavilion scoring 24 runs off 34 balls. One down Ashutosh Singh could score only 1 run as he was caught by Riyan Parag off Arup Das. 

However, Harpreet Singh Bhatia and Amandeep Khare took things under control as they went on to score a century and half century. Amandeep scored a swashbuckling 105 off 164 deliveries before being caught by Shubnam off Riyan Parag. He hit 16 boundaries during his 236 minutes at the crease. Harpreet scored a much needed 59 off 97 deliveries with 7 boundaries before being dismissed by Arup Das. Another contributor with the bat for Chhatisgarh was Shashank Singh who remained unbeaten on 60 runs. He sent 8 deliveries to the fence facing 140 balls. Vishal Singh Kushwah and Ajay Mandal could not stand the tricky bowling of Riyan Parag as they were dismissed for 12 and 4 runs respectively. 

A total of 90 overs were bowled with 276 runs on the board losing 7 wickets at the end of first day’s play. For Assam, Arup Das and part time bowler Riyan Parag claimed three wickets each. 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.