ETV Bharat / sports

ঝাৰখণ্ড আৰু অসমৰ মাজত ৰঞ্জী মেচ - নাগৰিকত্ব সংশোধনী আইন

ঝাৰখণ্ড আৰু অসমৰ মাজত অনুষ্ঠিত হৈছে ৰঞ্জী মেচ ৷ প্ৰথম ইনিংছত অসমে আটাইকেইটা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰিছে ৷

ঝাৰখণ্ড আৰু অসমৰ মাজত ৰঞ্জী মেচ
ৰঞ্জী ট্ৰফী
author img

By

Published : Dec 17, 2019, 10:32 PM IST

স্পৰ্টছ ডেস্ক,17 ডিচেম্বৰ : মঙলবাৰে অসম আৰু ঝাৰখণ্ড দলে ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছে ৷ প্ৰথম দিনাৰ মেচত অসম দলে 161 ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায় ৷ বুধবাৰে ঝাৰখণ্ড দলে প্ৰথম ইনিংছত অৱতীৰ্ণ হ'বৰ বাবে খেলপথাৰত নামিব ৷

ঝাৰখণ্ড আৰু অসমৰ মাজত ৰঞ্জী মেচ

উল্লেখ্য যে,এলীট গ্ৰুপ(গ) ত ঝাৰখণ্ড দলে প্ৰথম মেচত জয়ী হোৱাৰ ফলত 6 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, ছাৰ্বিছেজৰ বিৰুদ্ধে ড্ৰ'ৰে সমাপ্ত কৰা অসম দলে 3 পইন্ট সংগ্ৰহ কৰিছে ৷

অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ ফলত সম্পূৰ্ণ টুৰ্ণামেন্টখন ঝাৰখণ্ডলৈ স্থানান্তৰ কৰা হয় ৷

আৰু পঢ়ক : অখিল গগৈক দহ দিনৰ এন আই এৰ জিম্মালৈ প্ৰেৰণ

Intro:

रांची।

त्रिपुरा के खिलाफ ऐतिहासिक जीत दर्ज करने के बाद झारखंड की रणजी टीम अपने दूसरे मुकाबले में असम के खिलाफ जेएससीए स्टेडियम में मंगलवार को अपना मैच खेलने उतरी.पहले दिन के मैच में असम की टीम 161 रनों पर ऑल आऊट हो गई है .बुधवार को झारखंड की टीम फर्स्ट इनिंग खेलने उतरेगी.

Body:गौरतलब है कि एलीट ग्रूप -सी में असम में आयोजित झारखंड को पहले मैच में जीत दर्ज करने पर 6 अंक मिले थे. वहीं असम के टीम ने सर्विसेज के साथ मुकाबला ड्रॉ खेलकर तीन अंक हासिल किया था. रणजी के इस टूर्नामेंट में झारखंड की टीम पहले ही मैच में धमाकेदार जीत हासिल करने के बाद काफी दमदार फॉर्म में है.वहीं दूसरे मैच अपने होम ग्राउंड में आयोजित होने पर टीम के खिलाड़ियों के हौसले बुलंद है.पहले ही दिन के खेल में झारखंड की टीम असम की टीम को 161 रन पर ऑल आउट कर दिया. झारखण्ड की टीम बुधवार को पहला इंनिग का खेल खेलने उतरेगी.

Conclusion:गौरतलब है कि असम में CAB को लेकर प्रदर्शन आगजनी जैसे घटना के मद्देनजर इस पूरे टूर्नामेंट को झारखंड के जेसीए में शिफ्ट किया गया है और इसी के तहत असम और झारखंड के बीच आज पहला मैच खेला गया.

इधर जेसीए में नया सोलर प्रॉजेक्ट लाइट लगाया गया है.जिसका ट्रायल आज किया गया.

बाइट-सौरव तिवारी,कप्तान,झारखंड टीम
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.