ETV Bharat / sports

আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ধোনীৰ স্থানত ৰাহুল উপযুক্ত : গম্ভীৰ

author img

By

Published : Apr 13, 2020, 3:36 PM IST

ধোনীকলৈ প্ৰতিক্ৰিয়া প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ । আইপিএল ২০২০ ৰ অবিহনে টি-২০ বিশ্বকাপত ভাৰতীয় দলত ধোনীয়ে স্থান লাভ কৰা অনিশ্চিত ।

Rahul apt replacement for Dhoni at T20 World Cup: Gambhir

স্পৰ্টছ ডেস্ক, ১৩ এপ্ৰিলঃ ক্ৰীড়াপথৰাৰ পৰা বহু সময় ধৰি আঁতৰি থকা ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীক লৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া । আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ অবিহনে আগন্তুক টি-২০ বিশ্বকাপত ধোনীৰ স্থান অনিশ্চিত বুলি উল্লেখ কৰে গম্ভীৰে ।

ধোনীকলৈ প্ৰতিক্ৰিয়া প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ

গম্ভীৰে এটা টেলিভিছন শ্ব'ত কয় যে, যদি এই বৰ্ষত আইপিএল অনুষ্ঠিত নহয় তেন্তে ধোনীৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো কঠিন হৈ পৰিব । কাৰণ কি ভিত্তিত ধোনীক দলত স্থান দিয়া হ'ব । কাৰণ প্ৰায় এক, ডেৰ বছৰে ক্ৰিকেটৰ পৰা আঁতৰি আছে ধোনী ।

উল্লেখ্য় যে, ধোনীয়ে শেষবাৰৰ বাবে যোৱা বৰ্ষত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমিফাইনেলত অংশগ্ৰহণ কৰিছিল ।

ধোনীৰ ক্ৰিকেট কেৰিয়াৰ
ধোনীৰ ক্ৰিকেট কেৰিয়াৰ

গম্ভীৰৰ মতে, তেনে স্থলত অষ্ট্ৰেলিয়াত এই বৰ্ষত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ধোনীৰ স্থানত উপযুক্ত খেলুৱৈগৰাকী হৈছে কে.এল ৰাহুল । কাৰণ ৰাহুলে শেহতীয়াকৈ উইকেটকীপিং কৰাৰ লগতে অপেনিঙৰ লগতে দলৰ প্ৰয়োজন অনুযায়ী ৩, ৪ নম্বৰ স্থানত বেটিং কৰিবলৈ সক্ষম ।

অৱশ্যে ধোনীৰ অৱসৰৰ সন্দৰ্ভত গম্ভীৰে কয় এইয়া ধোনীৰ ব্যক্তিগত কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.