ETV Bharat / sports

ভাৰতীয় যুৱতীৰে বিবাহপাশত আবদ্ধ হ'ব পাকিস্তানী ক্ৰিকেটাৰ হাছান আলী

ভাৰতীয় যুৱতীৰে বিবাহপাশত আবদ্ধ হোৱা চতুৰ্থ জন পাকিস্তানী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ব হাছান আলী ৷

author img

By

Published : Jul 30, 2019, 7:00 PM IST

হাছান আলি

স্পৰ্টছ ডেস্ক, 30 জুলাই : পাকিস্তানৰ 25 বৰ্ষীয় সোঁহতীয়া বলাৰ হাছান আলীয়ে ভাৰতীয় যুৱতী ছামিয়া আৰ্জুৰ সৈতে চলিত বৰ্ষৰ আগষ্টৰ 20 তাৰিখে বিবাহপাশত আবদ্ধ হ'ব ৷ সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ স্কোৱাডত স্থান লাভ কৰা ক্ৰিকেটাৰ গৰাকীৰ ডুবাইৰ এখন হোটেলত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷ হাৰিয়ানাৰ মেৱাট জিলাৰ আৰ্জু হৈছে এৰ'নটিকেল বিভাগৰ বি. টেক ডিগ্ৰীধাৰী আৰু বৰ্তমান তেওঁ ডুবাইত বিমান অভিযন্তা হিচাপে কৰ্মৰত ৷

উল্লেখ্য যে, ছোৱেইব মালিক, জাহিৰ আব্বাছ আৰু মহছিন খানৰ পাচতে ভাৰতীয় যুৱতীৰ সৈতে বিয়া পাশত আবদ্ধ হোৱা চতুৰ্থ জন পাকিস্তানী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ব হাছান আলী ৷

PAKISTAN CRICKETER HASAN ALI TO MARRY AN INDIAN GIRL

ভাৰতীয় যুৱতীৰে বিবাহপাশত আবদ্ধ হ'ব হাছান আলি

স্পৰ্টছ ডেস্ক, 30 জুলাই : পাকিস্তানৰ 25 বৰ্ষীয় সোঁহতীয়া বলাৰ হাছান আলিয়ে ভাৰতীয় যুৱতী ছামিয়া আৰ্জুৰ সৈতে চলিত বৰ্ষৰ আগষ্টৰ 20 তাৰিখে বিবাহপাশত আবদ্ধ হ'ব ৷ সদ্যসমাপ্ত বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ স্কোৱাডত স্থান লাভ কৰা ক্ৰিকেটাৰ গৰাকীৰ ডুবাইৰ এখন হোটেলত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷ হাৰিয়ানাৰ মেৱাট জিলাৰ আৰ্জু হৈছে এৰ'নটিকেল বিভাগৰ বি. টেক ডিগ্ৰীধাৰী আৰু বৰ্তমান তেওঁ ডুবাইত বিমান অভিযন্তা হিচাপে কৰ্মৰত ৷

উল্লেখ্য যে, ছোয়েব মালিক, জাহিৰ আব্বাছ আৰু মহছিন খানৰ পাছতে ভাৰতীয় যুৱতীক বিয়া কৰোৱা চতুৰ্থ জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে হাছান আলি ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.