ETV Bharat / sports

ভাৰত-বাংলাদেশ দিবা-নৈশ টেষ্টত 50 হাজাৰ দৰ্শকৰ সম্ভাৱনা - India's maiden day night test vs bangladesh

ভাৰত আৰু বাংলাদেশৰ মাজত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ 22 ৰ পৰা 26 নৱেম্বৰলৈ চলিব লগা মেচখন 50 হাজাৰ দৰ্শকে উপভোগ কৰাৰ সম্ভাৱনা ৷

ভাৰত-বাংলাদেশ দিবা-নৈশ্যৰ টেষ্টত 50 হাজাৰ দৰ্শকৰ সম্ভাৱনা
author img

By

Published : Nov 10, 2019, 2:34 PM IST

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ: ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন দিবা-নৈশ টেষ্ট মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ মেচখনক লৈ ক্ৰিকেট এশ্ব’ছিয়েচন অফ বেংগলে শনিবাৰে টুইট কৰি জানিবলৈ দিয়ে যে, দিবা-নৈশ টেষ্টৰ বাবে 50 হাজাৰ দৰ্শক খেলপথাৰত সমবেত হোৱাৰ সম্ভাৱনা ৷

50 হাজাৰ দৰ্শকৰ সম্ভাৱনা প্ৰথমখন ভাৰত-বাংলাদেশ দিবা-নৈশ্য টেষ্ট

বৰ্তমানলৈকে অনলাইন যোগে 17 হাজাৰ টিকট বুকিং হৈছে বুলি জানিব পৰা গৈছে ৷ ইপিনে 14 নৱেম্বৰত 16 হাজাৰ টিকট কাউণ্টাৰত বিক্ৰীৰ বাবে মুকলি কৰা হ’ব ৷

এই মেচখনৰ বাবে ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমন্ত্ৰণ জনোৱা হৈছে ৷ আনহাতে মমতা বেনাৰ্জীৰ লগতে মেচখনত শচীন তেণ্ডুলকাৰ, অভিনৱ বিন্দ্ৰা, ছানিয়া মিৰ্জা, পি.ভি সিন্ধু, এম চি মেৰী কমে অংশগ্ৰহণ কৰিব৷ লগতে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অৱতীৰ্ণ হোৱা প্ৰাক্তন বাংলাদেশী খেলুৱৈসকলকো আমন্ত্ৰণ কৰিব বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷

মমতা বেনাৰ্জী আৰু শ্বেখ হাছিনা উপস্থিত থাকিব

Intro:টিংখাঙত অনুষ্ঠিত সদৌ অসম আন্তঃক্লাব ছেপাক টাক্ৰ চেম্পিয়নশ্বিব ২০১৯ সফল সামৰণি। হাইলাকান্দি দল বিজয়ী।।
Body:
টিংখাং-ডিব্রুগড় জিলাৰ টিংখাং কলেজ ছেপাক টাক্ৰ ইন্দোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃক্লাব ছেপাক টাক্ৰ চেম্পিয়নশ্বিব ২০১৯ত হাইলাকান্দি ছেপাকটাক্ৰ ক্লাব বিজয়ী হয়। খেলত শিলচৰ ছেপাকটাক্ৰ ক্লাব দ্বিতীয় আৰু টিংখাং কলেজ ছেপাকটাক্ৰ ক্লাৱে তৃতীয় স্হানত বিজয় সাব্যস্ত হয়। ডিব্ৰুগড় জিলাৰ ছেপাকটাক্ৰ সন্থাৰ উদে‍্যগত তথা অসম ছেপাকটাক্ৰ সন্থা আৰু IOAC টিংখাং কলেজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলৰ প্ৰথম দিনা খেলৰ বড উন্মোচন কৰে টিংখাং কলেজৰ অধ্যক্ষা ড'জ্যোতিমালা গোহাঁই ফুকনে। বিভিন্ন প্ৰান্তৰ বহুকেইটা দলে অংশগ্ৰহণ কৰে। দ্বিতীয় দিনা চূড়ান্ত খেলত শিলচৰ ছেপাকটাক্ৰ দলক পৰাস্ত কৰি হাইলাকান্দি ছেপাকটাক্ৰ ক্লাৱে বিজয়ী হয়। স্হান লাভ কৰা দলসমূহক নগদ ধন,ট্ৰফী,মানপত্ৰ আৰু মেডেলেৰে পুৰস্কৃত কৰে।

বাইট-অনুপ ফুকন(প্ৰাক্তন বিধায়ক)

Conclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.