ETV Bharat / sports

ধোনীৰ সন্ন্যাসকলৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদৰ প্ৰতিক্ৰিয়া - ভাৰতীয় ক্ৰিকেট দল

ধোনীৰ সন্ন্যাসকলৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদে ৷

ধোনীৰ সন্ন্যাসকলৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jul 21, 2019, 10:48 PM IST

স্পৰ্টছ ডেস্ক, 21 জুলাইঃ ধোনীক লৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদৰ প্ৰতিক্ৰিয়া ৷ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ধোনী উপলব্ধ নহয় ৷ আমি বৰ্তমান আমাৰ আগন্তুক ৰণনীতিও তৈয়াৰ কৰি আছো ৷ ঋষভ পন্তে বৰ্তমানলৈকে একো ভুল কৰা নাই যাৰ বাবে তেওঁক দলৰ পৰা বাহিৰ কৰিব পাৰি ৷ আমি যুৱ খেলুৱৈ সকলক সুযোগ দিয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আছো ৷ ধোনীৰ দৰে অভিজ্ঞ খেলুৱৈয়ে নিজেই জ্ঞাত কেতিয়া সন্ন্যাস গ্ৰহণ কৰিব ৷ ইপিনে দলটোৰ ভৱিষ্যতৰ ৰণনীতি তৈয়াৰ কৰাটো দল নিৰ্বাচক মণ্ডলীৰ ওপৰত বুলিও কয় প্ৰসাদে ৷

ETV
ধোনীৰ সন্ন্যাসকলৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এম এছ কে প্ৰসাদৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, দেওবাৰে ঘোষণা কৰা হয় ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ৷ এদিনীয়া, টি-20 ফৰ্মেটৰ বাবে দলত অন্তৰ্ভূক্ত কৰা হৈছে ঋষভ পন্তক ৷ অৱশ্যে ইতিমধ্যে এই শৃংখলাৰ বাবে ধোনীয়ে নিজকে প্ৰত্যাহাৰ কৰিছে ৷ কাৰণ খেলুৱৈগৰাকীয়ে 2 মাহৰ বাবে আৰ্মীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.