স্পৰ্টছ ডেস্ক, 20 জুলাই : ৰাজ্যত অব্যাহত আছে প্ৰলয়ংকৰী বান ৷ এতিয়াও বানৰ কৱলত ৰাজ্যখনৰ 24 খন জিলা ৷ আনহাতে বৰ্তমানলৈকে প্ৰাণ গৈছে 84 গৰাকী লোকৰ ৷ আনহাতে জলমগ্ন ৰাজ্যখনৰ বহু কেইখন ৰাষ্ট্ৰীয় উদ্যান ৷ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সংহাৰী ৰূপ দেখা পোৱা গৈছে ৷
সোমবাৰে অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা গঁড় সংৰক্ষণৰ লগত সক্ৰিয় ভাৱে জড়িত কেভিন পিটাৰচেন ৷
-
My thoughts are with all the most beautiful people I met during my trip to Assam in March, where the horrible life threatening flood is currently destroying lives.
— Kevin Pietersen🦏 (@KP24) July 20, 2020 " class="align-text-top noRightClick twitterSection" data="
PLEASE BE SAFE!
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 pic.twitter.com/RdvNLWuv5x
">My thoughts are with all the most beautiful people I met during my trip to Assam in March, where the horrible life threatening flood is currently destroying lives.
— Kevin Pietersen🦏 (@KP24) July 20, 2020
PLEASE BE SAFE!
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 pic.twitter.com/RdvNLWuv5xMy thoughts are with all the most beautiful people I met during my trip to Assam in March, where the horrible life threatening flood is currently destroying lives.
— Kevin Pietersen🦏 (@KP24) July 20, 2020
PLEASE BE SAFE!
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 pic.twitter.com/RdvNLWuv5x
পিটাৰচনে নিজৰ টুইটাৰ একাউণ্টত চলিত বৰ্ষৰ মাৰ্চ মাহত অসমত অতিবাহিত কৰা সময় ৰোমন্থন কৰি কয়, মোৰ চিন্তা সেই সকলৰ লোকৰ বাবে যাক যোৱা মাৰ্চ মাহত মোৰ অসম ভ্ৰমণৰ সময়ত মই লগ পাইছিলো ৷ য’ত এতিয়া প্ৰলয়ংকৰী বানে জীৱনলৈ বিপদ কঢ়িয়াই আনিছে ৷ অনুগ্ৰহ কৰি সুৰক্ষিত থাকক ৷
তেওঁ এনেদেৰে টুইট কৰে- My thoughts are with all the most beautiful people I met during my trip to Assam in March, where the horrible life threatening flood is currently destroying lives. PLEASE BE SAFE !
প্ৰাক্তন খেলুৱৈগৰাকীয়ে নিজৰ অসম ভ্ৰমণৰ কেইবাখনো ফটো সন্নিৱিষ্ট কৰে নিজৰ টুইটত ৷
লগতে চাওক-টকিঅ’ অলিম্পিকত ভাৰতৰ পদক জয়ৰ সম্ভাৱনা : চাৰদাৰ সিং