ETV Bharat / sports

সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে আটক কৰুণাৰত্নে

author img

By

Published : Mar 31, 2019, 7:14 PM IST

শ্ৰীলংকা ক্ৰিকেট দলৰ টেষ্ট কেপ্তেইন ডিমুথ কৰুণাৰত্নে সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে আটক হ'ব লগা হৈছে ৷ এখন গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷

DIMUTH KARUNARATNE

নিউজ ডেস্ক, 31 মাৰ্চ: শ্ৰীলংকা ক্ৰিকেট দলৰ টেষ্ট কেপ্তেইন ডিমুথ কৰুণাৰত্নেক দেওবাৰে কলম্বোত সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে আটক কৰা হয় ৷ ৰাতিপুৱাসংঘটিত হোৱা এই ঘটনাত কৰুণাৰত্নেই এখন তিনি চকীয়া গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷ শ্ৰীলংকা পুলিচৰ মুখপাত্ৰ ৰুৱান গুনাচেকাৰাই জনোৱা মতে তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে আৰু সোমবাৰে তেওঁক আদালতৰ সন্মুখত দাখিল কৰা হ'ব ৷

এই সম্পৰ্কত শ্ৰীলংকা ক্ৰিকেটে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁলোকে এই ঘটনাৰ তদন্ত কৰাৰ লগতে সঠিক বিচাৰ কৰিব ৷

KARUNARATNE ARRESTED FOR DRUNK DRIVING

সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে আটক কৰুণাৰত্নে

নিউজ ডেস্ক, 31 মাৰ্চ: শ্ৰীলংকা ক্ৰিকেট দলৰ টেষ্ট কেপ্তেইন ডিমুথ কৰুণাৰত্নেক দেওবাৰে কলম্বোত সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে আটক কৰা হয় ৷ ৰাতিপুৱা সময়ত সংঘটিত হোৱা এই ঘটনাত কৰুণাৰত্নেই এখন তিনিচকীয়া গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷ শ্ৰীলংকা পুলিচৰ মুখপাত্ৰ ৰুৱান গুনাচেকাৰাই জনোৱা মতে তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে আৰু সোমবাৰে তেওঁক আদালতৰ সন্মুখত দাখিল কৰা হ'ব ৷ 

এই সম্পৰ্কত শ্ৰীলংকা ক্ৰিকেটে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁলোকে এই ঘটনাৰ তদন্ত কৰাৰ লগতে  সঠিক বিচাৰ কৰিব ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.