ETV Bharat / sports

বিশ্বকাপৰ পিচত সন্ন্যাস ল’ব জেপি ডুমিনীয়ে - দক্ষিণ আফ্ৰিকা

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটক বিদায় দিব দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ জেপি ডুমিনীয়ে

বিশ্বকাপৰ পিচত সন্ন্যাস ল’ব জেপি ডুমিনীয়ে
author img

By

Published : Mar 16, 2019, 3:45 PM IST

স্পৰ্টছ ডেস্ক, 16 মাৰ্চঃ আগন্তুক 30 মে’ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ পিচতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটক বিদায় দিব দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ জেপি ডুমিনীয়ে ৷ ইয়াৰ পূৰ্বে 2017 চনত টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছিল ডুমিনীয়ে ৷ অৱশ্যে টি-20 ক্ৰিকেট খেলি যোৱাৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ পৰিয়ালক অধিক সময় দিয়াৰ উদ্দেশ্য়ৰে এই সিদ্ধান্ত গ্ৰহণ খেলুৱৈগৰাকীৰ ৷

ডুমিনীয়ে দক্ষিণ আফ্ৰিকাৰ হৈ 193 খন এদিনীয়া মেচত অৱতীৰ্ণ হৈছে ৷ য’ত তেওঁৰ নামত আছে 5047 ৰান আৰু 68 টা উইকেট ৷ উল্লেখ্য যে, 2011 আৰু 2015 চনত দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপ দলৰ অংশ আছিল ডুমিনী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.