ETV Bharat / sports

ইৰফান পাঠানক জম্মু -কাশ্মীৰ ত্যাগ কৰাৰ নিৰ্দেশ - জইচ - এ - মহম্মদ

ইৰফান পাঠানসহ আন 100 জন ক্ৰিকেটাৰক শীঘ্ৰেই জম্মু -কাশ্মীৰ ত্যাগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে জম্মু -কাশ্মীৰৰ প্ৰশাসনে ৷

ইৰফান পাঠান
author img

By

Published : Aug 4, 2019, 5:17 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : জম্মু -কাশ্মীৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰি থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ইৰফান পাঠানক তাৎক্ষণিক ভাৱে জম্মু - কাশ্মীৰ এৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷ জম্মু - কাশ্মীৰৰ প্ৰশাসনে জাৰি কৰা পৰামৰ্শমূলক বাৰ্তাত পৰ্যটক আৰু অমৰনাথ যাত্ৰীসকলক সন্ত্ৰাসবাদমূলক আক্ৰমণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি অতি সোনকালে সেই ঠাই এৰিবলৈ নিৰ্দেশ দিছে ৷

পাঠানে এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে, ক্ৰিকেট শিবিৰটো বন্ধ ঘোষণা কৰা হৈছে আৰু ক্ৰিকেটাৰ সকলক ঘৰলৈ উভতাই পঠোৱা হৈছে ৷ শিবিৰটো জুনৰ 14 তাৰিখৰ পৰা জুলাইৰ 14 তাৰিখলৈ অনুষ্ঠিত হৈছিল আৰু দহদিনৰ বিৰতিৰ পাছত জুলাইৰ 25 তাৰিখৰ পৰা পুনৰ আৰম্ভ হৈছিল ৷ কিন্তু, শনিবাৰে 100 জন ক্ৰিকেটাৰক শিবিৰৰ পৰা নিজ ঘৰলৈ উভতাই পঠোৱা হৈছে ৷

ETV BHARAT ASSAM
ইৰফান পাঠান

উল্লেখ্য যে, 34 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীক যোৱা বছৰৰ 1 জুলাইৰ পৰা জম্মু - কাশ্মীৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল ৷ ভাৰতীয় সেনাই এই সপ্তাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে, কাশ্মীৰত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰি তোলাৰ চেষ্টা কৰা হৈছে আৰু জইচ - এ - মহম্মদ আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক কাশ্মীৰলৈ পঠোৱাৰ চক্ৰান্ত কৰা হৈছে ৷ সেয়েহে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু - কাশ্মীৰ প্ৰশাসনে শীঘ্ৰেই পৰ্যটকক সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে, নিৰাপত্তাৰক্ষীয়ে কাশ্মীৰত আমেৰিকাত নিৰ্মিত এটা M24 ৰাইফলো উদ্ধাৰ কৰিছে ৷

IRFAN PATHAN AND 100 OTHER CRICKETERS ASKED TO LEAVE J-K

ইৰফান পাঠানক জম্মু - কাশ্মীৰ ত্যাগ কৰাৰ নিৰ্দেশ

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : জম্মু - কাশ্মীৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পন কৰি থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ ইৰফান পাঠানক তাৎক্ষণিক ভাৱে জম্মু - কাশ্মীৰ এৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ জম্মু - কাশ্মীৰৰ প্ৰশাসনে জাৰী কৰা পৰামৰ্শমূলক বাৰ্তাত পৰ্যটক আৰু অমৰনাথ যাত্ৰীসকলক সন্ত্ৰাসবাদমূলক আক্ৰমণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি অতি সোনকালে সেই ঠাই এৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

পাঠানে এই সম্পৰ্কত মন্তব্য কৰে যে, ক্ৰিকেট শিবিৰটো বন্ধ ঘোষণা কৰা হৈছে আৰু ক্ৰিকেটাৰ সকলক ঘৰলৈ উভতাই পঠোৱা হৈছে ৷ শিবিৰটো জুনৰ 14 তাৰিখৰ পৰা জুলাইৰ 14 তাৰিখলৈ অনুষ্ঠিত হৈছিল আৰু দহদিনৰ বিৰতিৰ পাছত জুলাইৰ 25 তাৰিখৰ পৰা পুনৰ আৰম্ভ হৈছিল ৷ কিন্তু, শনিবাৰে 100 জন ক্ৰিকেটাৰক শিবিৰৰ পৰা নিজ ঘৰলৈ উভতাই পঠোৱা হৈছে ৷

উল্লেখ্য যে, 34 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীক যোৱা বছৰৰ 1 জুলাইৰ পৰা জম্মু - কাশ্মীৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল ৷

ভাৰতীয় সেনাই এই সপ্তাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে, কাশ্মীৰত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰি তোলাৰ চেষ্টা কৰা হৈছে আৰু জইচ - এ - মহম্মদ আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক কাশ্মীৰলৈ পঠোৱাৰ চক্ৰান্ত কৰা হৈছে ৷ সেয়েহে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু - কাশ্মীৰ প্ৰশাসনে শীঘ্ৰেই পৰ্যটকক সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে ৷

উল্লেখ্য যে, নিৰাপত্তাৰক্ষীয়ে কাশ্মীৰত আমেৰিকাত নিৰ্মিত এটা M24 ৰাইফলো উদ্ধাৰ কৰিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.