ETV Bharat / sports

আই পি এলত আজি পাঞ্জাৱ বনাম কলকাতা

author img

By

Published : May 3, 2019, 8:04 AM IST

প্লে' অফত স্থান লাভৰ বাবে জয়ৰ প্ৰয়োজন দুয়োটা দলক

আই পি এলত আজি পাঞ্জাৱ বনাম কলকাতা

স্পৰ্টছ ডেস্ক,3 মেঃ আই পি এলৰ 52 সংখ্যক মেচত আজি মুখামুখী হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ পাঞ্জাৱৰ ইন্দেৰজিত সিং ষ্টেডিয়ামত সন্ধিয়া 8 বজাৰ পৰা অনুষ্ঠিত হ'ব খেল খন ৷

সমসংখ্যক 10 পইন্টেৰে পইন্ট তালিকাৰ 6 আৰু 7নং স্থানত আছে ক্ৰমে কলকাতা নাইট ৰাইডাৰ্ছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ পৰাজয় মানেই প্লে' অফৰ আশা নিৰ্বাপন হ'ব দুয়োটা দলৰ ৷ তেনেস্থলত সম্পূৰ্ণ দুই পইন্ট দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দল ৷

IPL MATCH NO 52

আই পি এলত আজি পাঞ্জাৱ বনাম কলকাতা 

প্লে' অফত স্থান লাভৰ বাবে জয়ৰ প্ৰয়োজন দুয়োটা দলক

স্পৰ্টছ ডেস্ক,3 মেঃ আই পি এলৰ 52 সংখ্যক মেচত আজি মুখামুখি হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ পাঞ্জাৱৰ ইন্দেৰজিত সিং ষ্টেডিয়ামত সন্ধিয়া 8 বজাৰ পৰা অনুষ্ঠিত হ'ব খেল খন ৷ 

সমসংখ্যক 10 পইন্টেৰে পইন্ট তালিকাৰ 6 আৰু 7 নং স্থানত আছে দুয়োটা দল ৷ 
পৰাজয় মানেই প্লে' অফৰ আশা নিৰ্বাপন হব দুয়োটা দলৰ ৷ তেনেস্থলত দুই পইন্ট দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দল ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.