ETV Bharat / sports

আই পি এলত আজি মুম্বাই বনাম হায়দৰাবাদ

author img

By

Published : May 2, 2019, 3:03 AM IST

প্লে অফ'ত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব মুম্বাই ইণ্ডিয়ানছ ৷ 12 খন মেচৰ পৰা 14 পইন্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত আছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দল ৷

আই পি এলত আজি মুম্বাই বনাম হায়দৰাবাদ

স্পৰ্টছ ডেস্ক,2 মেঃ আই পি এলৰ 51 সংখ্যক মেচত আজি মুখা-মুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ'ব খেলখন ৷

ইতিমধ্যে,12 খন মেচৰ পৰা 14 পইন্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত আছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দল ৷ তেনেস্থলত, আজিৰ খেলখনত জয়লাভেৰে প্লে' অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব মুম্বাই ইণ্ডিয়ানছ ৷ দলটোৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আছে দুৰ্দান্ত ফৰ্মত ৷ আনহাতে,12 পইন্টেৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ আজিৰ খেলখনত জয়লাভেৰে প্লে' অফৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিব দলটোৱে ৷

IPL MATCH NO 51

আই পি এলত আজি মুম্বাই বনাম হায়দৰাবাদ

প্লে অফ'ত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব মুম্বাই ইণ্ডিয়ানছ

স্পৰ্টছ ডেস্ক,2 মেঃ আই পি এলৰ 51 সংখ্যক মেচত আজি মুখা-মুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অনুষ্ঠিত হ'ব খেলখন ৷ 

ইতিমধ্যে,12 খন মেচৰ পৰা 14 পইন্টেৰে পইন্ট তালিকাৰ তৃতীয় স্থানত আছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দল ৷ তেনেস্থলত, আজিৰ খেলখনত জয়লাভেৰে প্লে' অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব মুম্বাই ইণ্ডিয়ানছ ৷ দলটোৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আছে দুৰ্দান্ত ফৰ্মত ৷ আনহাতে,12 পইন্টেৰে পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ আজিৰ খেলখনত জয়লাভেৰে প্লে' অফৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিব দলটোৱে ৷   

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.