ETV Bharat / sports

আইপিএল 2020 : আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ

আইপিএলত আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ ৷ এখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ আৰু আন এখন মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব চেন্নাই ছুপাৰ কিংছ ৷

author img

By

Published : Oct 17, 2020, 12:59 PM IST

আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ
আইপিএল 2020

স্পৰ্টছ ডেস্ক, 17 অক্টোবৰ : আইপিএলত আজি অনুষ্ঠিত হ'ব দুখনকৈ মেচ ৷ ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 33 সংখ্যক মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ আনহাতে, শ্বাৰজাহ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা 34 সংখ্যক মেচত মুখামুখি হ'ব দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছ ৷

উল্লেখ্য যে, প্ৰথমখন মেচত অৱতীৰ্ণ হ'বলগা ৰয়েলছ চেলেঞ্জাৰ্ছ বেংগালুৰ আইপিএলৰ পইন্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ আছে সপ্তম স্থানত ৷ বেংগালুৰ দলে 8 খন মেচত অংশগ্ৰহণ কৰি 5 খনতে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, ৰাজস্থান দলে 8 খন মেচৰ 3 খনতহে জয়ী হ'বলৈ সক্ষম হৈছে ৷

আইপিএল 2020
ৰাজস্থান ৰয়েলছ
আইপিএল 2020
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'বলগা দিল্লী দলে দূৰ্দান্ত প্ৰদৰ্শনেৰে পইন্ট তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে আইপিএলৰ 3 বাৰৰ চেম্পিয়ন চেন্নাই দলৰ চন্দপতন হোৱা দেখা গৈছে ৷ বৰ্তমান দলটো পইন্ট তালিকাৰ ষষ্ঠ স্থানত আছে ৷ দিল্লী দলে 8 খন মেচৰ 6 খনতে জয় লাভ কৰাৰ বিপৰীতে চেন্নাই দলে 8 খনৰ 3 খনতহে জয়ী হৈছে ৷

আইপিএল 2020
চেন্নাই ছুপাৰ কিংছ
আইপিএল 2020
দিল্লী কেপিটেলছ

লগতে পঢ়ক : আইপিএল 13 : বিৰাট কোহলীৰ নতুন মাইলষ্টোন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.