ETV Bharat / sports

ৱালিংটন টেষ্টঃ শক্তিশালী স্থিতিত নিউজিলেণ্ড

5 উইকেটৰ বিনিময়ত দ্বিতীয় দিনৰ খেলৰ অন্তত নিউজিলেণ্ডৰ 216 ৰান সংগ্ৰহ ৷ প্ৰথম ইনিংছত বৰ্তমানলৈকে 51 ৰানৰ অগ্ৰগতি নিউজিলেণ্ডৰ ৷

author img

By

Published : Feb 22, 2020, 10:54 PM IST

ৱালিংটন টেষ্টঃ শক্তিশালী স্থিতিত নিউজিলেণ্ড
ৱালিংটন টেষ্টঃ শক্তিশালী স্থিতিত নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 22 ফেব্ৰুৱাৰীঃ ৱালিংটন টেষ্টৰ প্ৰথম ইনিংছত দ্বিতীয় দিনৰ খেলৰ অন্তত 51 ৰানৰ অগ্ৰগতি ঘৰুৱা দল নিউজিলেণ্ডৰ ৷ বৰ্তমানলৈকে 5 উইকেট হেৰুৱাই 216 ৰান সংগ্ৰহ নিউজিলেণ্ডৰ ৷ বৰ্তমান ক্ৰীজত বৰ্তি আছে বি.জে ৱাটলিং (14) আৰু কলিন ডি গ্ৰেণ্ডহোম (4) ৷ আনহাতে টম লেথামে 11, টম ব্লানডেলে 30, কেন উইলিমায়চনে 89, ৰছ টেইলৰে 44, হেনৰী নিকল্ছে 17 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ভাৰতৰ হৈ ঈশান্ত শৰ্মাই সৰ্বাধিক 3 টা আৰু মহম্মদ ছামী আৰু ৰবিচন্দ্ৰন আশ্বিনে 1 টাকৈ উইকেট দখল কৰে ৷

3 টা উইকেট দখল ঈশান্ত শৰ্মাৰ
3 টা উইকেট দখল ঈশান্ত শৰ্মাৰ

ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত কেৱল 165 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ সৰ্বাধিক 46 ৰান কৰে অজ্যিংকা ৰাহানেয়ে ৷ আনহাতে পৃথ্বী শ্ব’য়ে 16, ময়ংক আগৰৱালে 34, চেতেশ্বৰ পূজাৰাই 11, বিৰাট কোহলিয়ে 2, হনুমা বিহাৰীয়ে 7, ঋষভ পন্তে 17, মহম্মদ ছামীয়ে 21 ৰান কৰি পেভিলিয়নমুখী হয় ৷

ৱালিংটন টেষ্টঃ 2য় দিনা 5 উইকেটৰ বিনিময়ত 216 ৰান সংগ্ৰহ নিউজিলেণ্ডৰ

লগতে চাওক- প্ৰথমবাৰৰ বাবে খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.