ETV Bharat / sports

ভাৰত হৈছে বিশ্বকাপ খিতাপৰ প্ৰবল দাবীদাৰ : গাংগুলী

আগন্তুক বিশ্বকাপকলৈ আৰম্ভ হৈছে জল্পনা-কল্পনাৰ

author img

By

Published : Feb 22, 2019, 12:46 PM IST

ভাৰত হৈছে বিশ্বকাপ খিতাপৰ প্ৰবল দাবীদাৰ : গাংগুলী

স্পৰ্টছ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ এই বৰ্ষৰ মে মাহত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ খিতাপ জয়ৰ বাবে প্ৰবল দাবীদাৰ হৈছে ভাৰত । এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই বুলি মন্তব্য কৰে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ।

গাংগুলীৰ মতে, ভাৰতীয় দলটোৱে বিগত ছয়-সাত মাহ ধৰি উন্নত খেলৰ প্ৰদৰ্শন কৰি আহিছে । বিশ্বকাপৰ বাবে দলটো সম্পূৰ্ণ তৈয়াৰ হৈ আছে । বৰ্তমান ভাৰতীয় দলটোৰ প্ৰত্য়েক জন খেলুৱৈয়ে ফৰ্মত আছে গতিকে বিশ্বকাপ খিতাপৰ সম্ভাব্য় দলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল হৈছে ভাৰত ।উল্লেখ্য় যে, অহা পাঁচ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.