ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টেষ্ট মেচৰ প্ৰথমখন টেষ্টত বৃহৎ জয় ভাৰতৰ ৷ 203 ৰানত জয় লাভৰে শৃংখলাত 1-0 ৰ অগ্ৰগতি ভাৰতৰ ৷

author img

By

Published : Oct 6, 2019, 2:22 PM IST

IND vs SA: India Beat South Africa By 203 Run

স্পৰ্টছ ডেস্ক, 6 অক্টোবৰঃ বিশাখাপট্টনমত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত জয় লাভ ভাৰতৰ ৷ 395 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি 191 ৰানত অল আউট হয় দক্ষিণ আফ্ৰিকা দলটো ৷ 203 ৰানৰ বৃহৎ জয়ৰে তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি ল’বলৈ সক্ষম হৈছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰতে মেচখনত প্ৰথম ইনিংছ 7 উইকেটৰ বিনিময়ত 502 ৰান কৰি ঘোষণা কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত কৰি 431 ৰানত অল আউট হৈছিল ৷ ইয়াৰ পাছত ভাৰতে দ্বিতীয় ইনিংছত 4 উইকেটৰ বিনিময়ত 323 ৰান কৰি ইনিংছ ঘোষণা কৰি 395 ৰানৰ লক্ষ্য বান্ধি দিয়ে দক্ষিণ আফ্ৰিকাক ৷ দ্বিতীয় ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ৰোহিত শৰ্মাই 127 ৰান, চেতেশ্বৰ পূজাৰাই 81 ৰান কৰিবলৈ সক্ষম হয় ৷ 395 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি 191 ৰানত অল আউট হয় দক্ষিণ আফ্ৰিকা দলটো ৷

  • ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথমখন টেষ্ট মেচ সংক্ষিপ্ততে-
  • ভাৰতৰ প্ৰথম ইনিংছঃ 502/7 ৰান, ৰোহিত শৰ্মা 176 ৰান, ময়ংক আগৰৱাল 215 ৰান, (কেছভ মাহাৰাজঃ 55 অভাৰ, 189 ৰান 3 টা উইকেট)
  • দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছঃ 431 ৰান, ডেন এলগাৰ 160 ৰান, কুইণ্টন ডি কক্ 111 ৰান, (আশ্বিনঃ 46.2 অভাৰ, 145 ৰান, 7 টা উইকেট)
  • ভাৰতৰ দ্বিতীয় ইনিংছঃ 323/4 ৰান, ৰোহিত শৰ্মা 127 ৰান, চেতেশ্বৰ পূজাৰা 81 ৰান, (কেছব মহাৰাজঃ 22 অভাৰ 129 ৰান 2 টা উইকেট )
  • দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছঃ 191 ৰান, ডেন পিয়েড 56, ছেনুৰান মুথুশ্বামি অপৰাজিত 49, ( মহম্মদ ছামীঃ 10.5 অভাৰ 35 ৰান 5 টা, ৰবিন্দ্ৰ জাডেজাঃ 25 অভাৰ, 87 ৰান 4 টা উইকেট )

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.