ETV Bharat / sports

আইচিচি টেষ্ট ৰেংকিঙ: দক্ষিণ আফ্ৰিকা তৃতীয় স্থানলৈ অৱনমিত

টেষ্ট ৰেংকিঙত অৱনমন দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ । শীৰ্ষ স্থান অক্ষুণ্ণ ভাৰতীয় দলৰ ।

author img

By

Published : Feb 24, 2019, 12:12 PM IST

ETV BHARAT

নিউজ ডেস্ক, 24 ফেব্ৰ্ুৱাৰী: শ্ৰীলংকাৰ হাতত টেষ্ট ছিৰিজ 2-০ ত পৰাজয়বৰণ কৰাৰ পাছত দক্ষিণ আফ্ৰিকাৰ অৱনমন ঘটিছে টেষ্ট ৰেংকিঙতো । 105 পইন্টেৰে দলটোৱে তৃতীয় স্থান দখল কৰাৰ উপৰিও ভাৰতীয় দলে 116 পইন্টেৰে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । 107 পইন্টেৰে দ্বিতীয় স্থানত আছে নিউজিলেণ্ড দল ।

ETV BHARAT
ICC TEST RANKING

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাক হোৱাইট ৱাশ্ব কৰি শৃংখলা দখল কৰাৰ পাছতো শ্ৰীলংকা দলটো ষষ্ঠ স্থানতে ক্ষান্ত থাকিব লগা হৈছে ।

ICC TEST RANKING: SA DROP TO THIRD 

আইচিচি টেষ্ট ৰেংকিঙ: দক্ষিণ আফ্ৰিকা তৃতীয় স্থানলৈ অৱনমিত

নিউজ ডেস্ক, 24 ফেব্ৰ্ুৱাৰী: শ্ৰীলংকাৰ হাতত টেষ্ট ছিৰিজ 2-০ ত পৰাজয়বৰণ কৰাৰ পাছত দক্ষিণ আফ্ৰিকাৰ অৱনমন ঘটিছে টেষ্ট ৰেংকিঙতো । 105 পইন্টেৰে দলটোৱে তৃতীয় স্থান দখল কৰাৰ উপৰিও ভাৰতীয় দলে 116 পইন্টেৰে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । 107 পইন্টেৰে দ্বিতীয় স্থানত আছে নিউজিলেণ্ড দল । 
 উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাক হোৱাইট ৱাশ্ব কৰি শৃংখলা দখল কৰাৰ পাছতো শ্ৰীলংকা দলটো ষষ্ঠ স্থানতে ক্ষান্ত থাকিব লগা হৈছে । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.