ETV Bharat / sports

মই ভাল লয়ত আছো,কোনো ধৰণৰ কঠিনতা অনুভৱ কৰা নাই : শ্বামী - বিচিচিআই

শ্বামীয়ে শেহতীয়াকৈ কয় যে,মহানগৰীত বাস কৰা অন্যান্য ভাৰতীয় খেলুৱৈত কৈ লক্ ডাউনত তেওঁ এটি সুবিধা অধিক লাভ কৰিবলৈ সক্ষম হৈছে । সাহসপুৰৰ নিজৰ পৈতৃক ঘৰত শ্বামীয়ে নিয়মিত নেট প্ৰশিক্ষণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সেইখন সকলো সুবিধাযুক্ত এখন মিনি ক্ৰিকেট গ্ৰাউণ্ড বুলি কয় ।

'I Have been in good rhythm, don't feel any stiffness', says Mohammed Shami

author img

By

Published : Jul 10, 2020, 2:21 PM IST

স্পৰ্টছ ডেস্ক, 10 জুলাই : দেশত ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও ক্ৰিকেটৰ খেলপথাৰত ভূমুকি মাৰিবলৈ সমৰ্থ হোৱা নাই ভাৰতীয় ক্ৰিকেটাৰ সকল । যাৰ বাবে প্ৰায় সংখ্য়ক ক্ৰিকেটাৰে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে । বৃহস্পতিবাৰে ভাৰতীয় দ্ৰুতবেগী বলাৰ মহম্মদ শ্বামীয়ে কয়, ক'ভিড-19 আৰু লক ডাউন এখন দ্বি-তৰোৱালৰ দৰে। এটিয়ে যদি ক্লান্ত শৰীৰক নিৰাময় আৰু শক্তিশালী কৰাত সহায় কৰে আনটোৱে আকৌ দীৰ্ঘসময় ধৰি বিৰতৰ ফলত বিনাশকাৰী প্ৰভাৱ পেলাব পাৰে ।

মহম্মদ শ্বামী
মহম্মদ শ্বামী

নিউজ এজেঞ্জীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয় খেলুৱৈগৰাকীয়ে। লগতে মহানগৰীত বাস কৰা অন্যান্য ভাৰতীয় খেলুৱৈতকৈ তেওঁ এটি সুবিধা অধিক লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। সাহসপুৰৰ নিজৰ পৈতৃক ঘৰত শ্বামীয়ে নিয়মিত নেট প্ৰশিক্ষণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সেই ঠাইদোখৰ সকলো সুবিধাযুক্ত এখন মিনি ক্ৰিকেট গ্ৰাউণ্ড বুলি কয় ।

বিচিচিআইয়ে ইতিমধ্য়ে খেলুৱৈৰ প্ৰত্য়াৱৰ্তনৰ বাবে কেম্প তৈয়াৰৰ চিন্তা-চৰ্চা চলাই আছে। এই ক্ষেত্ৰত শ্বামীয়ে কেম্প আৰম্ভ হ'লে তেওঁ অধিক লাভদায়ক স্থানত থাকিব বুলি মন্তব্য কৰে। কাৰণ ইতিমধ্যে তেওঁ গৃহ জিলাত সামান্য পৰিমাণে নিয়মিত অনুশীলন কৰাৰ সুযোগ লাভ কৰি আছে। লগতে এইটো আঘাতপ্ৰাপ্ত বিৰামত কৈ পৃথক আৰু তেওঁ ভাল লয়ত আছিল আৰু বৰ্তমানে বল কৰাত কোনো ধৰণত কঠিনতা অনুভৱ কৰা নাই বুলি কয় খেলুৱৈগৰাকীয়ে।

লগতে চাওকঃ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.