ETV Bharat / sports

এদিনীয়া মেচৰ বাবে নিজকে উপযুক্ত দাবী ক্ৰিকেটাৰ আশ্বিনৰ

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলাক লৈ আশ্বিনৰ মন্তব্য ৷ এদিনীয়া মেচ খেলাৰ বাবে নিজকে উপযুক্ত বুলি দাবী আশ্বিনৰ ৷

author img

By

Published : Mar 17, 2019, 9:33 AM IST

Updated : Mar 17, 2019, 10:33 AM IST

এদিনীয়া মেচৰ বাবে উপযুক্ত মই : আশ্বিন

স্পৰ্টছ ডেস্ক, 17 মাৰ্চঃ শনিবাৰে এদিনীয়া ক্ৰিকেট খেলাক লৈ আশ্বিনৰ প্ৰতিক্ৰিয়া ৷ দীৰ্ঘদিনৰ পৰা এদিনীয়া ক্ৰিকেটৰ পৰা বাহিৰ হৈ থকা ভাৰতৰ অফ স্পিনাৰ গৰাকীয়ে ক’লে এদিনীয়া ক্ৰিকেট খেলাৰ বাবে উপযুক্তমই৷

ইপিনে এদিনীয়া ক্ৰিকেটত বৰ্তমান সময়ত ৰিষ্ট স্পিনাৰৰ প্ৰয়োজনিতা অধিক ভবাটো এক মানসিকতা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ 2017 চনৰ পৰা ভাৰতীয় এদিনীয়া দলৰ পৰা বাহিৰ হৈ আছে আশ্বিন ৷

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা অন্তিমখন মেচত 28 ৰান দি 3 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল আশ্বিনে ৷ উল্লেখ্য যে, আশ্বিনৰ পূৰ্বে এদিনীয়া ক্ৰিকেটক খেলাক লৈ ইশান্ত শৰ্মায়ো কৰিছিল মন্তব্য ৷

Last Updated : Mar 17, 2019, 10:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.