ETV Bharat / sports

বিশ্বকাপত পন্তৰ স্থানক লৈ গাংগুলীৰ মন্তব্য

পন্তৰ স্থানক লৈ সন্দেহ প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ

author img

By

Published : Mar 2, 2019, 11:11 AM IST

বিশ্বকাপত পন্তৰ স্থানক লৈ গাংগুলীৰ সন্দেহ প্ৰকাশ

ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপলৈমাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত ভাৰতীয় দলৰ খেলুৱৈক লৈ গাংগুলীৰ মন্তব্য় । বিশ্বকাপত ঋষভ পন্তৰ স্থানক লৈ সন্দেহ প্ৰকাশ ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ।

গাংগুলীৰ মন্তব্য় ঋষভ নিঃসন্দেহ আগন্তুক ভাৰতীয় ক্ৰিকেট জগতৰ এজন ভৱিষ্যতৰখেলুৱৈ । কিন্তু আগন্তুক বিশ্বকাপৰ বাবে তেওঁৰ দলত স্থান আছে নে নাই সেইয়া সন্দেহৰ আৱৰ্তত । কাৰণ বৰ্তমান লৈকে পন্তে কেৱল তিনিখন এদিনীয়া মেচত হে অৱতীৰ্ণ হৈছে ।

গাংগুলীয়ে লগতে কয়, দীনেশ কাৰ্তিক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাৰ অংশ নহয় । গতিকে সহযোগীউইকেটকীপাৰ হিচাপে তেওঁৰ কথা চিন্তা কৰা নাই বুলি উল্লেখ কৰিদলটো নিৰ্বাচক মণ্ডলীৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে গাংগুলীয়ে । ইপিনে গাংগুলীৰ মতে, বৰ্তমান ভাৰতীয় দলটো যথেষ্ট শক্তিশালী । ভাৰতৰ তাত জছপ্ৰীত বোমৰাহ, মহম্মদ শ্বামী, ভূৱনেশ্বৰ কুমাৰ, যুৱেন্দ্ৰ চেহেল, কুলদ্বীপ যাদৱৰ দৰে বলিং এটেক আছে বুলি মন্তব্য কৰে গাংগুলীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.