ETV Bharat / sports

অভিষেক মেচত উজলি উঠা চাইনীক প্ৰশংসা গম্ভীৰৰ

author img

By

Published : Aug 4, 2019, 8:03 PM IST

প্ৰথমখন টি 20 মেচত ব্যতিক্ৰমী প্ৰদৰ্শনেৰে অভিষেক ঘটিল নৱদ্বীপ চাইনীৰ ৷ ইয়াৰ পাছতে প্ৰশংসা আগবঢ়ালে প্ৰাক্তন ভাৰতীয় অ'পেনাৰ বেটছমেন গৌতম গম্ভীৰে ৷

গৌতম গম্ভীৰ

স্পৰ্টছ ডেস্ক, 4 আগষ্ট : শনিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি 20 মেচত ব্যতিক্ৰম প্ৰদৰ্শন আগবঢ়োৱা নৱদ্বীপ চাইনীক প্ৰশংসা আগবঢ়াই প্ৰাক্তন ভাৰতীয় অ'পেনাৰ বেটছমেন গৌতম গম্ভীৰে ৷ ইয়াৰ লগতে বিশন সিং বেদী আৰু চেতন চৌহানে চাইনীৰ ক্ৰিকেট কেৰিয়াৰ ধংস কৰাৰ চেষ্টা চলোৱাৰ বাবে নিজৰ খং প্ৰকাশ কৰে গম্ভীৰে ৷

ETV BHARAT ASSAM
গৌতম গম্ভীৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম খন টি - 20 ত তিনিটাকৈ উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰা চাইনীৰ প্ৰদৰ্শনৰ পাছতে গম্ভীৰে টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ গম্ভীৰে ভাৰতীয় ক্ৰিকেটত অভিষেক ঘটোৱা বাবে চাইনীলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে লিখে যে, চাইনীয়ে অভিষেকৰ পূৰ্বেই বিশন সিং বেদী আৰু চেতন চৌহানৰ উইকেট দখল কৰি থৈছে ৷ চাইনীয়ে ফিল্ডত নমাৰ পূৰ্বেই তেওঁৰ ক্ৰিকেট কেৰিয়াৰ শেষ কৰিব বিচৰা বেদী আৰু চৌহানৰ মিডল ষ্টাম্প খেলুৱৈজনে অভিষেক ঘটোৱা দেখিয়ে উফৰি গৈছে বুলি মন্তব্য কৰে গম্ভীৰে ৷

  • Kudos Navdeep Saini on ur India debut. U already have 2 wkts even before u have bowled— @BishanBedi & @ChetanChauhanCr. Their middle stumps are gone seeing debut of a player whose cricketing obituary they wrote even before he stepped on the field, shame!!! @BCCI pic.twitter.com/skD77GYjk9

    — Gautam Gambhir (@GautamGambhir) August 3, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দিল্লী আৰু জিলা ক্ৰিকেট এছ'চিয়েছন (DDCA) ৰ সদস্য বেদী আৰু চৌহানে নৱদ্বীপ চাইনী হাৰিয়ানাৰ বুলি মন্তব্য কৰি দিল্লী ৰঞ্জী ট্ৰফী দলত অন্তৰ্ভূক্ত কৰাত বাধা আৰোপ কৰিছিল ৷ যোৱা বছৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত 26 বৰ্ষীয় খেলুৱৈ গৰাকীক 'বহিৰাগত' বুলি অভিহিত কৰাৰ বিৰুদ্ধেও প্ৰৱীণ ক্ৰিকেটাৰ কেইজন তীব্ৰ সমালোচনা আগবঢ়ায় গম্ভীৰে ৷

GAMBHIR LAUDS SAINI : HITS OUT AT BS BEDI,CHETAN CHAUHAN

উল্লেখ্য যে, দিল্লী আৰু জিলা ক্ৰিকেট এছ'চিয়েছন (DDCA) ৰ সদস্য বেদী আৰু চৌহানে নৱদ্বীপ চাইনী হাৰিয়ানাৰ বুলি মন্তব্য কৰি দিল্লী ৰঞ্জী ট্ৰফী দলত অন্তৰ্ভূক্ত কৰাত বাধা আৰোপ কৰিছিল ৷ যোৱা বছৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত 26 বৰ্ষীয় খেলুৱৈ গৰাকীক 'বহিৰাগত'
বুলি অভিহিত কৰাৰ বিৰুদ্ধেও প্ৰৱীণ ক্ৰিকেটাৰ কেইজন তীব্ৰ সমালোচনা আগবঢ়ায় গম্ভীৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.